এক পৌৰাণিক কথা অনুসাৰে-দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গল-আৰু প্ৰাৰ্থনা কৰি কলে যে-হে প্ৰভূ-আমি কত থাকিম?তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহঁত গছত থাকিবলৈ অনুমতি প্ৰদান কৰিলে।তেতিয়াৰপৰা দুয়ো ভগ্নীয়ে আহঁত গছত থাকিবলৈ ললে। *ভগৱান বিষুৱে তেওঁলোকক এই বৰদান দিছিল যে-যিয়ে শনিবাৰে আহঁতৰ পূজা কৰিব,সেইজনাৰ শনিগ্ৰহৰ
Author: GTM Desk
বছৰৰ সকলো ঋতুতে সহজলব্ধ অমিতা আমি সকলোৱে চিনি পোৱা এবিধ সুস্বাদু ফল । পকিলে খাবলৈ মিঠা আৰু বৰ সোৱাদ হোৱাৰ লগতে কেচা অমিতা পাচলি হিচাবে নানা তৰহৰ ব্যঞ্জন বনাই খোৱা হয় । অন্যহাতে পকা অমিতাৰ জুচ, পুৰঠ আধাপকা অমিতাৰ চালাড, কেচা অমিতাৰ খাৰ খাবলৈ বৰ ৰুচিকৰ । অমিতাৰ পকাফল, কেচাফল,
সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়।আৰ এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল।( Religious Studies ) মেঘ ৰাশি- এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়।এই ৰাশিৰ লোকে
বৃক্কই মানুহৰ শৰীৰৰ তেজৰ পৰা আৱৰ্জনা আঁতৰাই শৰীৰক সুস্থ কৰি ৰাখে। আমাৰ দৈনন্দিন অনিয়ন্ত্ৰিত খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে আমি বৃক্কৰ সমস্যাত ভুগিবলগীয়া হয়। ইয়াত কেইটামান ঘৰুৱা উপায়, মনত ৰাখিলে বৃক্ক সুস্থ কৰি ৰাখিব পাৰি আৰু বিভিন্ন ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি। জানি লওক ঘৰুৱা উপায়সমূহ – ১) প্ৰচুৰ পৰিমাণে পানী
বৰ্তমান বহুত লোকৰ ইউৰিক এচিডৰ সমস্যা হোৱা দেখা যায়। ইউৰিক এচিদৰ সমস্যাৰ ফলত বহু লোকৰ ভৰিৰ গাঁথিৰ বিষ হোৱা দেখা যায়। ইউৰিক এচিদৰ সমস্যাৰ বাবে বহু ধৰণৰ সমস্যা দেখা পোৱা যায়। পালেং শাক সাধাৰণতে বহু উপকাৰ খাদ্য। কিন্তু ইয়াত পিউৰিনৰ পৰিমাণ অতি বেছি। গতিকে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ পালেং