Author: Shahnawaz Hamza

ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সকলো প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ

ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সকলো প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ ডপায়ুক্তসকলৰ সৈতে জলজীৱন মিছনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে প্রতিখন জিলাত ৰূপায়িত আঁচনিখনৰ সবিশেষ পর্যালোচনা কৰে৷

উচ্চতৰ মাধ্যমিক-মহাবিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ

উচ্চতৰ মাধ্যমিক-মহাবিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ

ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ মাচুল ছাত্ৰ-ছাত্ৰী পৰা ল’ব নোৱাৰিব। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষা বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ উল্লেখ্য যে মেট্ৰিক আৰু

প্রধানমন্ত্রী মোদীৰ সৈতে আইচক্রীম খোৱাৰ হেঁপাহ পি ভি সিন্ধুৰ

প্রধানমন্ত্রী মোদীৰ সৈতে আইচক্রীম খোৱাৰ হেঁপাহ পি ভি সিন্ধুৰ

ক্রমাগত দুখন অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে দেশলৈ উভতি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ দেওবাৰে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হোৱা শ্বাটলাৰগৰাকীয়ে সোমবাৰে

বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।তুৰস্কৰ প্ৰতিদ্বন্দ্বী ৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব গোলাঘাটৰ জীয়ৰী লাভলীনাই। পুৱা ১১বজাত চাৰমেলেনিৰ সৈতে গুৰুত্বপূৰ্ণ খেলখনত অৱতীৰ্ণ হ’ব। আনহাতে অসম কন্যা গৰাকীক লৈ