এঘড়ী খুঁজ দিবলৈ সকলো দল জপিয়াই পৰিছে নির্বাচনী ৰণক্ষেত্রত। ইতিমধ্যে দলবোৰৰ ঘোষিত প্রার্থীসকলে প্রচাৰৰ নামত দিন- ৰাতি একাকাৰ কৰিছে। বিশেষকৈ প্রথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়াসমষ্টিকেইটাত প্ৰচাৰৰ তৎপৰতা অধিক বৃদ্ধি হৈছে। অবশ্যে এনে তৎপৰতা বাঢ়িলেও প্রচাৰ সামগ্রীৰ ব্যৱহাৰ কোনেও কৰিব পৰা নাই। নির্বাচন আয়োগৰ কঠোৰ নিৰ্দেশৰ বাবেই সকলোৱে
Author: GTM Desk
কেন্দ্রীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাই যে এইবেলি ৰমজানৰ ৰোজাৰ ফিৎৰাৰ পৰিমাণ ১,৬৩৩ গ্রাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৬৫.০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জনাইছে। এই ফিৎৰা ঈদুল- ফিটৰৰ নামাজৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ
শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বদলি। জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল সুশান্ত বিশ্ব শৰ্মা। দেশৰ নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা। সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ ভাতৃ। জিলাখনৰ নতুন আৰক্ষী অধীক্ষক বীৰ ৰাকেশ ৰেড্ডী। পক্ষপাতমুক্ত আৰু স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই সিদ্ধান্ত। সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী মুখ্য কাৰ্যালয়লৈ
পুনৰ গোলপীয়া চহৰত পৰিণত হোৱাৰ দিশে গুৱাহাটী। আকৌ সেই উন্মাদনা, উত্তেজনা, হাল্লা বোল…। এদিনৰ পাছতে আই পি এল জ্বৰত আক্ৰান্ত হ’ব দেশ। ২২ মাৰ্চৰ পৰা দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ আই পি এল। নিৰ্ভৰযোগ্য সূত্ৰত পোৱা তথ্যমতে গুৱাহাটীৰ বৰ্ষাপাৰৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ
বহুতৰে পেট পৰিষ্কাৰ নহয়। যাৰ বাবে পেটৰ পেশীবোৰ দুৰ্বল হৈ পৰে। পাচন শক্তিও অতি দুৰ্বল হৈ পৰে। যদি আপুনি ৰাতিপুৱা পেট সম্পূৰ্ণ পৰিষ্কাৰ হোৱাটো বিচাৰে তেন্তে কিছুমান বস্তু খাব লাগিব। ৰাতিপুৱা পেট পৰিষ্কাৰ হোৱাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয় তেন্তে ৰাতিপুৱা বহুত পানী খাব লাগে। ইয়াৰ ফলত শৰীৰৰ