Author: Shahnawaz Hamza

‘মোদীৰ চকুপানীয়ে কাৰো জীৱন বচাব নোৱাৰে, বচাব অক্সিজেনেহে…’

‘মোদীৰ চকুপানীয়ে কাৰো জীৱন বচাব নোৱাৰে, বচাব অক্সিজেনেহে…’

কৰ’না সংকটৰ প্ৰসংগ উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰক কৰ’নাৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ তেওঁ এখন শ্বেতপত্ৰও প্ৰকাশ কৰে। দেশত