Author: Shahnawaz Hamza

ৰহাত আজিও অব্যাহত প্ৰতিক্ৰিয়া_ ঘটনাৰ ৭২ঘন্টাৰ পাছতো মুখখোলা নাই অভিযুক্তই!

ৰহাত আজিও অব্যাহত প্ৰতিক্ৰিয়া_ ঘটনাৰ ৭২ঘন্টাৰ পাছতো মুখখোলা নাই অভিযুক্তই!

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যু হোৱাৰ ৭২ ঘন্টাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে খাইগড়ৰ