Author: Shahnawaz Hamza

সাংবাদিক সঞ্জীৱ গোস্বামীৰ মৃত্যু

সাংবাদিক সঞ্জীৱ গোস্বামীৰ মৃত্যু

নগাঁও চহৰৰ ছোটহয়বৰগাঁৱৰ নিবাসী,জি আই টিৰ সঞ্চালক , সাংবাদিক সঞ্জীৱ গোস্বামী (৪৮)ৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয়। জানিব পৰা মতে- গুৱাহাটীৰ বাসগৃহত আজি পুৱা বহু দেৰিলৈকে শোৱাৰ পৰা নুঠাৰ বাবে