Author: GTM Desk

এইসমূহ উপায় অৱলম্বন কৰক, আপোনাৰ সন্তানেও শুনিব আপোনাৰ সকলো কথা

এইসমূহ উপায় অৱলম্বন কৰক, আপোনাৰ সন্তানেও শুনিব আপোনাৰ সকলো কথা

পিতৃ-মাতৃৰ অত্যাধিক প্ৰেমৰ বাবে বহুসময়ত শিশু ইমাননেই বেয়া হৈ পৰে যে তেওঁলোকে একো কথাকে মানিব বা শুনিবলৈ নিবিচাৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ চিন্তা-ভাৱনা-কৰ্মতে সকলো সময়তে ব্যস্ত হৈ পৰে।যাৰ ফলত অভিভাৱকসকল অতিষ্ঠ হৈ পৰে। যদি আপোনাৰ সন্তানো এনে স্বভাৱৰ হয়, তেন্তে কেতবোৰ উপায় অৱলম্বন কৰি আপুনি আপোনাৰ সন্তানক চম্ভালিব পাৰে।আজি এই বিষয়ে

শিশুৰ বিকাশত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে নাৰিকল তেলে

শিশুৰ বিকাশত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে নাৰিকল তেলে

নৱজাতকৰ ছাল অতি সংবেদনশীল। যাৰ বাবে তেওঁলোকক অধিক যত্নৰ প্ৰয়োজন। যত্নত অলপ অৱহেলা হ’লেই শিশুৰ ছালত বিভিন্ন সংক্ৰমণে দেখা দিয়ে।এই ক্ষেত্ৰত নতুনকৈ মাতৃত্ব আহৰণ কৰাসকলে তেওঁলোকৰ ছালত কি তেল ব্যৱহাৰ কৰিব লাগে, তাকে লৈ বিভ্ৰান্তিত পৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ বাবে নাৰিকল তেল খুব উপকাৰী। শিশুক নাৰিকল তেলৰে মালিচ কৰাৰ

সতৰ্ক হওঁক অভিভাৱক, অন্যথা ভুগিব লাগিব ভয়ংকৰ পৰিনাম…

সতৰ্ক হওঁক অভিভাৱক, অন্যথা ভুগিব লাগিব ভয়ংকৰ পৰিনাম…

আজিকালি অধিকাংশ শিশুয়েই দিনটোৰ বেছিভাগ সময় টিভি, ভিডিঅ’ গেম আৰু ম’বাইল ফোনৰ সন্মুখত অতিবাহিত কৰে।কিন্তু শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য।হয়, অত্যাধিক সময় পৰ্দাত অতিবাহিত কৰাটো শিশুৰ স্নায়বিক বিকাশ আৰু সামাজিকীকৰণ দুয়োৰে বাবেই ক্ষতিকাৰক।শৈশৱ আৰু কৈশোৰত দূৰদৰ্শন, ভিডিঅ’ গেম, ম’বাইল ফোন আৰু টেবলেটৰ সন্মুখত অত্যাধিক সময় অতিবাহিত কৰিলে ই

আপুনিও যদি এই ৰাশিৰ, তেন্তে আপুনি সুখী !

আপুনিও যদি এই ৰাশিৰ, তেন্তে আপুনি সুখী !

মাতৃগৃহত লাভ কৰা ধৰণেই স্বামীগৃহৰ পৰাও মৰম লাভ কৰাৰ সপোন প্ৰতিগৰাকী ছোৱালীৰেই থাকে। একে সময়তে, পিতৃ-মাতৃয়েও বিচাৰে যে তেওঁলোকৰ ছোৱালীয়ে শহুৰেকৰ ঘৰত মৰম-চেনেহৰ মাজৰে থাকিব পাৰে।কিন্তু সকলোয়ে এই সুখ লাভ নকৰিলেও কিছুমান বিশেষ ৰাশিৰ ছোৱালীয়ে তেওঁলোকৰ স্বামীগৃহত বহু মৰম আৰু সন্মান লাভ কৰে।এই ৰাশিকেইটা হৈছে- সিংহ ৰাশি এই ৰাশিচক্রৰ ছোৱালীবোৰ

৫৬ বিধ ব্যঞ্জনৰে ৰামলালাক দিয়া হৈছে ভোগ

৫৬ বিধ ব্যঞ্জনৰে ৰামলালাক দিয়া হৈছে ভোগ

অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা এমাহ সম্পূৰ্ণ হ’ল।ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই পৰাই প্ৰতিদিনে লাখ লাখ ভক্তই শ্ৰী ৰামৰ আৰ্শীবাদ ল’বলৈ মন্দিৰত ভিৰ কৰে। ২৩ জানুৱাৰীত প্ৰায় ৫ লাখ ভক্তই ৰামলালাৰ দৰ্শন কৰে।প্ৰতিজন ভক্তই মনোবাঞ্চা পূৰণ হোৱাৰ বাবে ৰামলালাৰ চৰণত সামৰ্থ অনুসৰি দান-বৰঙনি আগবঢ়ায়।পিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৰা