Author: Shahnawaz Hamza

শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

আজিৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। শুকুৰবাৰে শিৱসাগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কেইবাটাও দল সংগঠন। তাৰ মাজতে ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহাৰ