Author: Shahnawaz Hamza

আজিৰে পৰা মাজুলীত ৰাস

আজিৰে পৰা মাজুলীত ৰাস

গুৱাহাটীঃ ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ প্রত্যাহ্বানৰ মাজতে সত্রীয়া– সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সর্বত্র শ্রীকৃষ্ণৰ ৰাসোৎসৱক লৈ যোৱা তিনি/চাৰি দিন ধৰি উখল–মাখল পৰিৱেশ সৃষ্টি হৈছে৷ প্রশাসনৰ নির্দেশ অনুসৰি উদযাপন সমিতিসমূহ আৰু শিল্পীসকলে