অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। যাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তি ব’ৰ্ডে আজিৰে পৰা পুনৰ মুকলি কৰিছে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ। সেই অনুসৰি, পৰীক্ষাৰ্থিসকলে নিযুক্তি ব’ৰ্ডৰ অফিছিয়েল ৱেবছাইট—slprbassam.in.ত গৈ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা
Author: Shahnawaz Hamza
গুৱাহাটীঃ আপোন ঘৰখনলৈ উভতি আহিছে তেওঁ। এই ঘৰখনকলৈয়ে তেওঁৰ আছিল বহু সপোন। পত্নী, ডেৰ বছৰীয়া পুত্ৰ সন্তানটিক লৈ ভৱিষ্যতৰ কত পৰিকল্পনা। এইবাৰ ছুটীত আহিলেই ভনীয়েকৰ বিয়াৰ যা-যোগাৰ কৰাৰ কথা আছিল। বৃদ্ধ পিতৃ-মাতহালে হেঁপাহেৰে অপেক্ষা কৰি থাকিছিল সৈনিক পুত্ৰলৈ। তেওঁ উভতি আহিল। জাতীয় পতাকাৰে মেৰিওৱা কফিনৰ বুকুত প্ৰাণহীন শৰীৰৰ ৰূপত। নিয়ন্ত্ৰণ
GUWAHATI: The State Level Police Recruitment Board (SLPRB), Assam has released the admit cards for the sub-inspector (SI) recruitment in Assam Police. The admit cards are available on the official website of the SLPRB—slprbassam.in. Assam Police SI Written Exam is scheduled to be held on November 22 at various examination
মিঞা মিউজিয়াম, আৰবী ভাষাৰ বেনাৰ আৰু পাকিস্তান জিন্দাবাদ ধ্বনিৰে ইতিমধ্যে বিধানসভা নির্বাচনৰ প্রাকক্ষণত কংগ্রেছ–এ আই ইউ ডি এফে ধর্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ পাছত ইয়াক কার্যকৰী ৰূপ দিয়াৰ লক্ষ্যত নামি পৰিছে দলটোৰ একাংশ বিধায়ক তথা জ্যেষ্ঠ নেতা৷ শেহতীয়াকৈ বৰাকত সাম্প্রদায়িক মন্তব্যৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে বিজেপি
মিৰ্জাত সাংবাদিক মিলন মহন্তৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সমাজ সংস্কৃতিৰে জড়িত লোক সকলে । প্ৰতিবাদী সকলে সমস্বৰে বৰ্তমানেও অপৰাধী সঞ্জয় ঠাকুৰীয়া সহ সাংবাদিক আক্ৰমনত জড়িত চক্ৰটোক পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক গৰিহনা দিয়ে । প্ৰতিবাদী সকলৰ মাজত সাংবাদিকৰ উপৰি অগপ,বিজেপি,কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ স্থানীয় বিষয়ববীয়া