Situation remain tensed at Assam-Mizoram border as Mizoram government refused to withdraw its security forces from the disputed areas. While agitators in southern Assam refused to call off their blockade – now in its third day – of National Highway 306, the lifeline of Mizoram, seeiking withdrawl of security personnel
Author: GTM Desk
In some good news for the Conrad Sangma-led Meghalaya government, the north eastern state of Meghalaya has been judged the second Best Governed State in India as per a report released by the Public Affairs Centre. Meghalaya stood second in the small states category of the Public Affairs Index, 2020,
পুৱা উঠি গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খালে বহুকেইটা উপকাৰ হয়। খালী পেটত গৰম পানীৰ সৈতে ঘিঁউ মিহলি কৰি খোৱাৰ অভ্যাস কৰিলে বহু কেইটা ৰোগৰ পৰা বাছি থাকিব পাৰি বুলি উল্লেখ কৰিছে আয়ুৰ্বেদ চিকিত্সাই। ইয়াত থকা এণ্টি অক্সিডেণ্টে নানা ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু মনত ৰাখিব যে, পুৱা
আধাৰ কাৰ্ড সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিলে UIDAI–এ। আপুনি যদি আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা সলনি কৰিব বিচাৰে তেনেহ’লে আপোনাৰ বাবে এয়া জনাটো অতি প্ৰয়োজনীয়। বেংকৰ একাউণ্টৰ পৰা পাছপ’ৰ্টলৈ সকলোৰে বাবে এতিয়া আধাৰ কাৰ্ডৰ প্ৰয়োজন। সেয়ে জন্মৰ তাৰিখ বা ঠিকনা ভুল থাকিলে সমস্যাত পৰিব পাৰে আপুনি। সেয়েহে আধাৰ কাৰ্ডত কোনো ভুল
ক’ভিড–১৯ টিকাকৰণ অভিযান নিৰীক্ষণৰ লগতে সমন্বয় ৰক্ষাৰ ক্ষেত্রত কমিটী গঠন কৰিবলৈ আজি কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক নির্দেশ দিছে৷ অন্য স্বাস্থ্যসেৱাৰ ক্ষেত্রত যাতে কোনোধৰণৰ সমস্যা সৃষ্টি নহয়, তাক নিশ্চিত কৰিব লাগিব এই কমিটীসমূহে৷ লক্ষণীয়ভাৱে ক’ভিড টিকাকৰণ অভিযান সন্দর্ভত যাতে ছ’চিয়েল মিডিয়াত অপপ্রচাৰ সৃষ্টি নহয়, সেই ক্ষেত্রতো নজৰ দিব ৰাজ্যৰ কমিটীসমূহে৷ কেন্দ্রীয় স্বাস্থ্য