The India Meteorological Department (IMD) predicted that isolated heavy rainfall with moderate thunderstorms and lightning is likely to hit the northeastern states during the next two days starting from Saturday. According to the weather agency, isolated heavy rainfall with moderate thunderstorm & lightning is very likely to occur over Assam,
Author: Shahnawaz Hamza
– পূজাৰ পিছত পিছত ক’ভিডৰ পজিটিভিটি ৰেট ২ শতাংশ লৈ নামি আহিছে। -আজি ১০ হাজাৰৰ তলত নামিব ক’ভিডত আক্ৰন্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা। -অসমৰ বাহিৰৰ পৰা অহা লোকে বাহিৰত টেষ্ট কৰা ৭২ ঘন্টা পিছত অসমত আহি কৰিব নালাগে ক’ভিড টেষ্ট। – ১০ বছৰৰ তলৰ শিশুৱে কৰিব নালাগে টেষ্ট
Dibrugarh: Manohari Gold Tea, a famous tea produced by Manohari Tea Estate, was auctioned at Rs 75,000 per kg at Guwahati Tea Auction Centre creating a record for the third successive year. In the year 2018, Manohari Gold Tea was sold for Rs 39,001 per kilogram for the first time
৯০ দশকৰ এটা টিভিৰ মূল্য ১ কোটিৰ পৰা পাঁচ কোটি টকা! ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এনেদৰে কোৱা হৈছিল। তাৰ পিছৰে পৰা সেই বিশেষ টিভিটোৰ সন্ধানত উঠি-পৰি লাগিছে ৰঙিয়াৰ বহু লোক। কি চাকৰিয়াল, কি ব্যৱসায়ী, কি শিক্ষিত যুৱক; সকলোৱে ৯০ দশকৰ কাঠৰ বাকচৰ টিভিটোৰ সন্ধানত নামি পৰিছে। অৱশেষত ৰঙিয়াৰ
বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ যোগদান সমাৰোহ। শংকৰদেৱ বিবাহ ভৱন প্ৰাংগণত দলটোৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহত অংশ গ্ৰহণ কৰে দলটোৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকনে। সভাত উপস্থিত থাকে আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী, শিখৰ শৰ্মাকে ধৰি