Author: Shahnawaz Hamza

টিউশ্যন ছাৰে লগালে খেলিমেলি। সুখৰ সংসাৰত লাগিল আউল

টিউশ্যন ছাৰে লগালে খেলিমেলি। সুখৰ সংসাৰত লাগিল আউল

টিউশ্যন ছাৰে লগালে খেলিমেলি। সুখৰ সংসাৰত লাগিল আউল। পুত্ৰক পঢ়াবলৈ আহি মাতৃক পঢ়ালে প্ৰেমৰ সংজ্ঞা। টিউশ্যন ছাৰৰ প্ৰেমত হাবুডুবু খাই স্বামীগৃহ ত্যাগ পত্নীৰ।

মই অসমৰ অভিমন্যু, চক্ৰবেহু ভাঙি ওলাই যাম, অসমৰ ৰাইজে মোক চক্ৰবেহুৰ পৰা উলিয়াই নিব: সাংসদ গৌৰৱ গগৈ

মই অসমৰ অভিমন্যু, চক্ৰবেহু ভাঙি ওলাই যাম, অসমৰ ৰাইজে মোক চক্ৰবেহুৰ পৰা উলিয়াই নিব: সাংসদ গৌৰৱ গগৈ

গৌৰৱ গগৈক অভিমন্যু সজাই আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাক কৌৰৱ সজাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত দুদিন পূৰ্বে নিশাৰ ভাগত প’ষ্টাৰিং কৰা ঘটনাৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে নিজকে অসমৰ অভিমন্যু বুলি মন্তব্য কৰে। সাংসদ গৌৰৱ গগৈয়ে আজি নগাঁৱৰ হাতীচোং মেধিচুকত