Author: GTM Desk

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সপ্তম স্থান বিভাজ কাফ্লেৰ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সপ্তম স্থান বিভাজ কাফ্লেৰ

ৰঙাপাৰা, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰে বিভাচ কাফ্লেয়ে ৷ তেজপুৰস্থিত ডাইমণ্ড চণ্ড একাডেমীৰ ছাত্ৰ আছিল বিভাচ ৷ অসমৰ ভিতৰতে বিজ্ঞান শাখাত মুঠ ৪৭৬ নম্বৰ লাভ কৰি সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় বিভাজ কাফ্লে । শোণিতপুৰৰ ঠেলামৰাৰ নিবাসী তথা

বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

গোলাঘাট,25 জুনঃ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত চতুৰ্থ স্থান দখল কৰি গোলাঘাটলৈ সুমান কঢ়িয়াই আনিছে জ্ঞানদ্বীপ দুৱৰাই। গোলাঘাটৰ ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদ্বীপ দুৱৰা। মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ দুৱৰাৰ সফলতাত আনন্দমুখৰ পৰিৱেশ বিৰাদ কৰিছে গোলাঘাট জিলাত ৷ গোলাঘাটলৈ সুমান কঢ়িয়াই আনিলে জ্ঞানদ্বীপ দুৱৰা ৷ গোলাঘাটৰ ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদ্বীপ দুৱৰাই বাণিজ্য শাখাত চতুৰ্থ

কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

বৰপেটা, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাসে ৷ কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস ৷ বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাস ৷

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

আমগুৰি, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিজ্ঞান শাখাত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই ৷ ছাত্ৰগৰাকী আমগুৰিৰ অৰুণোদয় একাডেমীৰ শিৱানুজ বৰকটকী ৷ মুঠ ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱানুজে ৷ আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ