Author: Shahnawaz Hamza

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

নগাঁও,25 জুন: বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ৷ এইবেলি কলা শাখাত তৃতীয় স্থান লাভ কৰি খ্যাতি কঢ়িয়াই আনিছে নগাঁৱৰ পলী বৰাই ৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ

কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা

কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা

দৰং, 25 জুন : কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিলে দৰঙৰ ময়ুৰীকা ডেকাই ৷ মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিৰ পৰা ময়ুৰীকা ডেকাই স্থান লাভ কৰিবলৈ সক্ষম হয় । কলা

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

টীয়ক, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে যোৰহাট টীয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে

কলা শাখাত দ্বিতীয় স্থান হোজাইৰ চাইমাৰ

কলা শাখাত দ্বিতীয় স্থান হোজাইৰ চাইমাৰ

হোজাই,25 জুনঃ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে হোজাই মৰিয়ম আজমল ৱমেন্স কলেজৰ ছাত্ৰী চাইমাই ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত দ্বিতীয় স্থান লাভ কৰা