Advertisement

Author: Shahnawaz Hamza

ডবকাত নিজ ঘৰতেই দলবদ্ধ বলাৎকাৰৰ পাছত কিশোৰীক নিৰ্মমভাৱে হত্যা

ডবকাত নিজ ঘৰতেই দলবদ্ধ বলাৎকাৰৰ পাছত কিশোৰীক নিৰ্মমভাৱে হত্যা

গুৱাহাটী: লকডাউনৰ মাজতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰিলে একেগাঁৱৰে কেইজনমান যুৱকে। মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। কিন্তু বুধবাৰেহে পোহৰলৈ