মেষ ৰাশি: আজি আপোনাৰ পৰিয়ালত পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কিছু বিবাদৰ সৃষ্টি হ’ব পাৰে। আপুনি প্ৰতিটো বিষয়তে পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সংগ পাব। চাকৰিৰ সন্ধানত থকা লোকসকলে আজি ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব, সেয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীসকলেও আজি নিজৰ দুৰ্বল বিষয়বোৰত কাম
Author: GTM Desk
লক্ষ্য দিল্লীৰ মছনদ দখল। আৰম্ভ হ’ল দিল্লী দখলৰ কুজ-কাৱাজ। ৰাহুল গান্ধীৰ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ৰ অন্তত পৰা পিছতে প্ৰকাশ পাইছে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১৩টাকৈ দলৰ বিৰোধী উমহৈতীয়া মঞ্চৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে। এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লুৰিণজ্যোতি
শনিবাৰে পুৱা বীৰ লাচিত সেনাৰ নেতাসকলক জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিয়ে। ২৬ জানুৱাৰী, শুকুৰবাৰে নিশা এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাৰ লগতে আন ৫ গৰাকী সতীৰ্থ ক্ৰমে তপন
অপৰাধীৰ বাবে তেওঁ আছিল আতংক। তেঁও আহিলেই থৰ-হৰি কম্পমান হৈছিল অপৰাধী। নাম তেওঁৰ আনন্দ, কিন্তু অপৰাধীৰ বাবে আছিল আতংক। অৱশেষত যৱনিকা পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ। অসম এৰি বিহাৰলৈ ৰাওনা ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। ১২ বছৰীয়া প্ৰশাসনিক কেৰিয়াৰৰ অন্ত পেলাই বিহাৰত নতুন ইনিংছৰ আৰম্ভণি কৰিব আনন্দ মিশ্ৰই। আজি পুৱা ৯ বাজি
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক বৃহৎ খলকনিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে (Bismita Gogoi)। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তইও (Angkita Dutta) আনুষ্ঠানিকভাৱে কংগ্ৰেছ (Congress) ত্যাগ কৰাৰ যো-জা চলোৱাৰ এটা খবৰ ওলাইছে। এক গোপন সূত্ৰই দাবী কৰা অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি