চজিনা – প্ৰকৃতিৰ এক অমূল্য বৰদান। ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰাই ৩০০বিধ ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত চজিনা গছৰ পাত, ফুল, ফল, বাকলি, আঠা আৰু শিপাৰ প্ৰয়োগ হৈ আহিছে৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইবাখনো দেশত পুষ্টিহীনতাত ভোগা শিশুক চজিনাক খাদ্য হিচাবে গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ চজিনাত ভিটামিন-চি কমলাতকৈ ৭ গুণ
Author: GTM Desk
হিন্দু শাস্ত্ৰত প্ৰতিটো কামৰ সৈতে সম্পৰ্কিত নিয়ম প্ৰস্তুত কৰা হৈছে। লগতে সকলো কামৰ বাবে এটা সময় নিৰ্ধাৰণ কৰা হৈছে। শাস্ত্ৰত কোৱা হৈছে যে কিছুমান কাম ৰাতি কৰিব নালাগে কিয়নো ৰাতি কিছুমান কাম কৰিলে নেতিবাচক শক্তি বৃদ্ধি হয়। তেন্তে জানো আহকোচোন নিশাৰ সময়ত কি কি কাম কৰিব নালাগে। ১. নিশা চুলি
আঙুৰৰ উপকাৰিতা বহুতো আছে। আঙুৰ এনে এবিধ ফল যি প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী। আঙুৰক বিভিন্ন ধৰণেৰে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ। ইয়াত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। আঙুৰত পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে ই আমাৰ শৰীৰটো সতেজ কৰি ৰখাতো অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত ইউৰিক এচিডৰ
গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান
ৰাতিপুৱাৰ আহাৰৰ বাবে কণীক শ্ৰেষ্ঠ আহাৰ বুলি গণ্য কৰা হয়। কণীক প্ৰ’টিনৰ এক ভাল উৎস বুলও গণ্য কৰা হয়। আমি ৰাতিপুৱাৰ আহাৰত কণী বিভিন্ন ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। উল্লেখ্য যে কণীত ভিটামিন-বি, ভিটামিন বি12, বায়োটিন, এণ্টিঅক্সিডেণ্ট আৰু প্ৰ’টিন থাকে। যি শৰীৰক