Author: GTM Desk

অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি

অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি

দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনৰ অভিনন্দন পলাশবাৰী ,১০ জানুৱাৰী : অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৯ জানুৱাৰীত অসমৰ ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে দক্ষিণ কামৰূপৰ ৰামপুৰ সূজনপাৰাৰ সুসন্তান তথা ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদত অধিষ্ঠিত মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি দিয়াত অঞ্চলবাসীৰ মাজত আনন্দৰ বন্যা বৈছে।

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা…

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা…

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। পৰিষদৰ মুঠ ২৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিৰ হ’ব ভোট গণনা। ৬টা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে বিজেপি প্ৰাৰ্থী। এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা

৭৫ বছৰ পিছত কুম্ভ ৰাশিত শনি-শুক্ৰ-মঙ্গলৰ বিৰল সংযোগ!

৭৫ বছৰ পিছত কুম্ভ ৰাশিত শনি-শুক্ৰ-মঙ্গলৰ বিৰল সংযোগ!

প্ৰায় ৭৫ বছৰৰ পাছত হৈছে এক বিৰল সংযোজন। গ্ৰহবোৰৰ অৱস্থানে ৩টা ৰাশিৰ ভাগ্য সলনি কৰিব। কুম্ভ ৰাশিত তিনিটা গ্ৰহ একেলগে থাকিব আৰু যাৰ ফলত এই ৩ ৰাশিৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তুলিব। প্ৰায় ৭৫ বছৰৰ পাছত হৈছে এক বিৰল সংযোগ। গ্ৰহবোৰৰ অৱস্থানে ৩টা ৰাশিৰ ভাগ্য সলনি কৰিব। কুম্ভ ৰাশিত

কথাই কথাই চকুপানী ওলাই? আপুনিও বেছিকৈ কান্দে নেকি? তেন্তে

কথাই কথাই চকুপানী ওলাই? আপুনিও বেছিকৈ কান্দে নেকি? তেন্তে

সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ বান্ধে। কোনো কোনো লোকে কিছু বেছিকৈ কান্দে। তেওঁলোকৰ মাজত কিছুমান গুণো আছে। জানি লওক সেইবোৰ কি কি? কন্দা হ’ল আন আবেগৰ প্ৰতিক্ৰিয়াৰ দৰেই এক প্ৰতিক্ৰিয়া। চকুৰ পানীক দুৰ্বলতা বুলি ভবা হয় যদিও এয়া হাঁহিৰ দৰেই স্বাভাৱিক। বৰং কান্দিলে মন পাতল হৈ