Advertisement

Author: Shahnawaz Hamza

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা…

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা…

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। পৰিষদৰ মুঠ ২৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিৰ হ’ব ভোট গণনা। ৬টা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়

৭৫ বছৰ পিছত কুম্ভ ৰাশিত শনি-শুক্ৰ-মঙ্গলৰ বিৰল সংযোগ!

৭৫ বছৰ পিছত কুম্ভ ৰাশিত শনি-শুক্ৰ-মঙ্গলৰ বিৰল সংযোগ!

প্ৰায় ৭৫ বছৰৰ পাছত হৈছে এক বিৰল সংযোজন। গ্ৰহবোৰৰ অৱস্থানে ৩টা ৰাশিৰ ভাগ্য সলনি কৰিব। কুম্ভ ৰাশিত তিনিটা গ্ৰহ একেলগে থাকিব আৰু যাৰ ফলত এই ৩ ৰাশিৰ জীৱন সুখ আৰু

কথাই কথাই চকুপানী ওলাই? আপুনিও বেছিকৈ কান্দে নেকি? তেন্তে

কথাই কথাই চকুপানী ওলাই? আপুনিও বেছিকৈ কান্দে নেকি? তেন্তে

সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ বান্ধে। কোনো কোনো লোকে কিছু বেছিকৈ কান্দে। তেওঁলোকৰ মাজত কিছুমান গুণো আছে। জানি লওক সেইবোৰ কি কি? কন্দা হ’ল আন আবেগৰ

ভুৱা ফাৰ্মাচিৰ বিৰুদ্ধে এছপিৰ অভিযান

ভুৱা ফাৰ্মাচিৰ বিৰুদ্ধে এছপিৰ অভিযান

ৰাজ্যৰ কেতবোৰ গ্ৰামাঞ্চল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত কাঠ ফুলাৰ দৰে অলিয়েগলিয়ে গঢ়ি উঠিছে একাংশ ফাৰ্মাচী ৷ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এই অবৈধ দৰৱৰ দোকান সমূহক নিয়ন্ত্ৰণ বা বন্ধ

ব্ৰহ্মপুত্ৰৰ পাৰত দুই ফুল কুমলীয়া শিশুৰ মৃতদেহ

ব্ৰহ্মপুত্ৰৰ পাৰত দুই ফুল কুমলীয়া শিশুৰ মৃতদেহ

গুৱাহাটীৰ লাচিত ঘাটত উদ্ধাৰ দুটাকৈ শিশুৰ মৃতদেহ। ৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় শিশুদুটিৰ মৃতদেহ। মৃত শিশুদুটিৰ এটি ল’ৰা