অধিকাংশ শিশুৰে এটা বেয়া অভ্যাস হৈছে ডাঙৰক হাত উঠোৱা। আৰম্ভণিতে, শিশুৰ এই অভ্যাসটো অতি মৰমলগা যেন লাগে যদিও প্ৰকৃততে এয়া এক বদ অভ্যাস। ভৱিষ্যতে এই অভ্যাসে শিশু এটাৰ আচৰণ তথা ব্যৱহাৰত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে।এই অভ্যাসে তেওঁলোকৰ প্ৰকৃতিক হিংসাত্মক কৰি তুলিবও পাৰে। সেয়েহে, যেতিয়া আপোনাৰ সন্তানে প্ৰথমবাৰৰ বাবে আপোনাক হাত
Author: GTM Desk
সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা
বকোৰ ছমৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কাননগো প্ৰদীপ কলিতাক। ৩ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ। নথি শুধৰণিৰ বাবদ লৈছিল উৎকোচ। প্ৰদীপ কলিতাক সোধা-পোছা অব্যাহত।
মটৰ শ্ৰমিক ইউনিয়নৰ কৰ্মবিৰতি প্ৰত্যাহাৰ। কাইলৈৰ পৰা ৰাজ্যত পুনৰ চলাচল কৰিব যাত্ৰীবাহী বাহন। দুদিনীয়াকৈ মটৰ শ্ৰমিক ইউনিয়নে পালন কৰিছিল কৰ্মবিৰতিৰ। আজি পুৱাৰে পৰা ৰাজ্যত স্তব্ধ হৈছিল যাত্ৰীবাহী বাহনৰ চলাচল। মটৰ শ্ৰমিক ইউনিয়ন আৰু পৰিবহণ বিভাগৰ বৈঠক সমাপ্তিৰ পিছতে সিদ্ধান্ত।
পুনৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড। এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এগৰাকী যুৱতীক অপহৰণ। পৰিয়ালৰ সৈতে বাংগালুৰুৰ পৰা আহি আছিল যুৱতীগৰাকী। ৰে’লত থকা দুৰ্বৃত্তই যুৱতীগৰাকীক অপহৰণ কৰাৰ সন্দেহ। যুৱতীগৰাকীৰ পিতৃৰ নাম চুহাগ উদ্দিন বুলি জানিব পৰা গৈছে। ইতিমধ্য, যুৱতীগৰাকীৰ পৰিয়ালৰ লোকলৈ আহিছে ভাবুকি ভৰা ফোন। যুৱতীগৰাকী ঘৰ কৰিমগঞ্জত। যুৱতীগৰাকীৰ সন্ধানত চলি আছে