Author: GTM Desk

শীতকালছোৱাত এইদৰে লওঁক শিশুৰ যতন…

শীতকালছোৱাত এইদৰে লওঁক শিশুৰ যতন…

শীতকালছোৱাত শিশুসকলৰ সঠিক যত্ন লোৱাৰ খুবেই প্ৰয়োজন। পিতৃ-মাতৃৰ সৰু সৰু ভুলৰ প্ৰভাৱ শিশুৰ স্বাস্থ্যত পৰিব পাৰে। এই ঋতুত শিশুৰ শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হ’ব লাগে। বিশেষকৈ নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশটোত চকু দিওঁতে কিছু অসুবিধাৰ সন্মুখীন হয়। এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল’ব

ওজন কমাবলৈ কি কি খাদ্য গ্ৰহণ কৰিব লাগে…

ওজন কমাবলৈ কি কি খাদ্য গ্ৰহণ কৰিব লাগে…

ওজন হ্ৰাস কৰাৰ লগত খাদ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ওজন বৃদ্ধিৰ অন্যতম মূল কাৰক হ’ল অত্যধিক কেলৰি গ্ৰহণ। কেলৰি আৰু চৰ্বিযুক্ত খাদ্যই ওজন বৃদ্ধি কৰিব পাৰে, যিয়ে ব্যক্তিজনক বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে। ৰাতিপুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য বুলি গণ্য কৰা হয়, আৰু ওজন

চুলিৰ সমস্যা কেনেকৈ দুৰ কৰিব!

চুলিৰ সমস্যা কেনেকৈ দুৰ কৰিব!

বৰ্তমান সময়ৰ এটা সাধাৰণ সমস্যা হৈছে চুলিৰ সমস্যা। সাধাৰণতে চুলি সৰা, উফি,চুলি ফটা আদিয়ে হৈছে এটা ডাঙৰ সমস্যা। এই সমস্যাসমূহ আতঁৰাবলৈ বহু ব্যক্তিয়ে ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰে যদিও ভাল ফল পোৱা দেখা নাযায়। কিন্তু ঘৰুৱা উপায়েৰেও এই সমস্যা আতঁৰ কৰিব পাৰি। ঘৰতে উপলব্ধ পিঁয়াজ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব

আপুনিও বাৰু থাইৰয়ডত ভূগিছে নেকি?

আপুনিও বাৰু থাইৰয়ডত ভূগিছে নেকি?

বৰ্তমান সময়ত প্ৰায় প্ৰত্যেক ঘৰতে এগৰাকীকৈ থাইৰয়ডৰ ৰোগী থকা দেখা যায়। মানুহৰ ভুল খাদ্যাভাসৰ বাবেই এনেবোৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। আপুনিও বাৰু ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পিচিঅ’এছ আদিৰ দৰে ৰোগত আক্ৰন্ত হৈছে নেকি? যদি আপুনিও থাইয়ৰডত আক্ৰান্ত হৈছে তেন্তে ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ

বয়সস্থৰ তুলনাত কম বয়সীয়া লোকৰ ওপৰত সুৰাপানৰ অধিক বেয়া প্ৰভাৱ পৰে

বয়সস্থৰ তুলনাত কম বয়সীয়া লোকৰ ওপৰত সুৰাপানৰ অধিক বেয়া প্ৰভাৱ পৰে

বিশ্ব বিখ্যাত The Lancet জাৰ্নল প্ৰকাশিত এক অধ্যয়ন অনুসৰি, মধ্যবয়স্ক বা বয়সস্থ লোকসকলৰ তুলনাত কম বয়সৰ লোকসকলৰ ক্ষেত্ৰত সুৰা সেৱনৰ ফলত স্বাস্থ্যৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। উক্ত অধ্যয়নৰ মতে সমগ্ৰ বিশ্বতে ১৫-ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰষৰ মদ্যপানৰ ফলত স্বাস্থ্যৰ হানি হোৱা সম্ভৱানা আটাইতকৈ বেছি। আনহাতে,