Author: GTM Desk

পদিনা কিয় খাব লাগে? পদিনাৰ উপকাৰিতা সম্পৰ্কে জানো আহক….

পদিনা কিয় খাব লাগে? পদিনাৰ উপকাৰিতা সম্পৰ্কে জানো আহক….

পদিনা হয়তো সকলোৰে প্ৰিয়। পদিনাৰ চাটনি বেয়া পোৱা মানুহ নায়েই চাগৈ ৷ বিশেষকৈ কেঁচা আমৰ লগত পদিনাৰ চাটনিৰ সোৱাদ অতুলনীয় ৷ বহু মানুহে চাহ, চৰ্বত আদিতো পদিনা পাত ব্যৱহাৰ কৰে। পদিনা বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি। ই যে অকল সোৱাদ বিশিষ্ট তেনে নহয়, বহুতো ঔষধি গুণ আছে ইয়াৰ ৷ এতিয়া পদিনাৰ উপকাৰিতা

আপোনাৰ ওঁঠ ফাটে নেকি ? তেন্তে আপুনি কি কৰা উচিত….

আপোনাৰ ওঁঠ ফাটে নেকি ? তেন্তে আপুনি কি কৰা উচিত….

ওঁঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ শীতকালত বহুতৰে ওঁঠ ফাটে ৷ কাৰোবাৰ সকলো সময়তে ওঁঠ ফটা দেখা যায় ৷ এই সমস্যাটো খুব বেদনাদায়ক, লগতে ই আমাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে ৷ সাধাৰণতে আমি শৰীৰৰ আন অংশসমূহকৈ ওঁঠৰ যতন কমকৈ লওঁ ৷ বতৰৰ প্ৰভাৱ অথবা কেতিয়াবা ওঁঠ কামুৰি থকাৰ অভ্যাসৰ

পিঁয়াজৰ উপকাৰিতা সম্বন্ধে জানো আহক…

পিঁয়াজৰ উপকাৰিতা সম্বন্ধে জানো আহক…

বেছিভাগ ৰন্ধনত অতি প্ৰয়োজনীয় উপাদান হৈছে পিঁয়াজ। বজাৰত বগা-ৰঙা-গুলপীয়া ৰঙৰ পিয়াঁজ দেখিবলৈ পোৱা যায়। এই পিঁয়াজ ব্যৱহাৰ কৰি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা হয়। এতিয়া জানো আহক পিঁয়াজৰ উপকাৰিতা বিষয়ে পিয়াঁজৰ কিছু উপকাৰিতা ★কেঁচা পিঁয়াজ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ নাশ হয় । ★ এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই

শেৱালি ফুল আৰু পাতৰ ঔষধি গুণ…

শেৱালি ফুল আৰু পাতৰ ঔষধি গুণ…

প্ৰকৃতিৰ বুকুলৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই অনে শৰৎ ঋতুয়ে। শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ। শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগুণো অতি উচ্চ। কেৱল শেৱালি ফুলৰেই নহয় ইয়াৰ পাতৰো

ব্যায়ামৰ লাভালাভ, ব্যায়ামৰ আগতে কি কৰিব?

ব্যায়ামৰ লাভালাভ, ব্যায়ামৰ আগতে কি কৰিব?

‘ব্যায়াম’-এক সৰ্বপৰিচিত শব্দ। ব্যায়াম বুলি ক’লে শৰীৰটোক সুস্থ ৰাখিবলৈ কৰা ক্ৰিয়া বা শাৰীৰিক সক্ৰিয়তাক বুজা যায়। এই সক্ৰিয়তা কিমান তীব্ৰ হ’ব লাগে আৰু কিমান নিয়মীয়াকৈ হ’ব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ উদ্দেশ্যৰ ওপৰত। উদ্দেশ্য যেনে- ওজন কম কৰা, শৰীৰৰ সুন্দৰ গঠন বজাই ৰখা, ৰোগ নিৰাময়ৰ চেষ্টা, মানসিক শান্তি পাবলৈ বা