ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়। আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে কৰিলে উপযুক্ত ফল লাভ কৰিব পাৰিব। এই আসনৰ নাম হ’ল শৱাসন। এই আসনত আপুনি কৰিবলগীয়া বিশেষ নাথাকে। একেবাৰে স্বাভাৱিক আৰু
Author: GTM Desk
আপোনাৰ শিশুটো সদায়-মবাইলত সদায় আঠা লগা দি লাগি থাকে নেকি? *আজিকালি শিশুৱে-পাছত খোজ কাঢ়িবলৈ শিকে আৰু প্ৰথমে ফোন লবলৈ শিকে।শিশুৱে কম বয়সতে-ফোনত কেনেকৈ-গান বজাব লাগে,কেনেকৈ ভিডিঅ দিব লাগে-মানুহৰ নাচি গান-গোৱা ৰিলবোৰ কত চাব লাগে-সেই কথা খুব ভালকৈ জানে।প্ৰথমে এনে লাগে যেন-আমাৰ শিশুৱে কম বয়সতে-প্ৰযুক্তিৰ ক্ষেত্ৰত এক-সুদৃঢ় দখল কৰিছে।কিন্তু অসুবিধাবোৰ আৰম্ভ
এগৰাকী সুস্থ ব্যক্তি আৰু ৰোগত আক্ৰান্তৰ দৈনিক প্রয়োজন হোৱা কেলৰিৰ মাজত পাৰ্থক্য থাকে। তদুপৰি শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰম কৰা আৰু কায়িক শ্ৰম কম কৰা লোকৰ মাজতো প্রয়োজনীয় কেলৰিৰ ক্ষেত্ৰত পার্থক্য দেখা যায়। এজন খেতিয়কৰ দৈনিক যিমান কেলৰিৰ প্রয়োজন সেই বয়সৰে শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি লিখা-মেলা কৰা লোক এজনৰ সিমান কেলৰিব প্ৰয়োজন
হৃদযন্ত্ৰৰ ধমনী বা আর্টাৰিৰ বেৰৰ সংকোচন-প্ৰসাৰৰ এটা নিৰ্দিষ্ট ছন্দ থাকে। নির্দিষ্ট মাত্ৰাৰে এই ছন্দ চলি থাকে বাবে বিষয়টোক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়। এই প্ৰক্ৰিয়াত যদি ব্যাঘাত জন্মে তেতিয়া ধমনীৰ মাজত থকা বিষ গ্ৰাহকসমূহ উদ্দীপ্ত হয়। এই উদ্দীপনা কেন্দ্ৰীয় মস্তিষ্কই লাভ কৰে। ফলত ধমনীৰ মাজত ৰক্তচাপ বৃদ্ধিৰ লগে লগে
GUWAHATI, 26th December 2023: In 2023, Indian Institute of Technology Guwahati achieved milestones in research, infrastructure, placements, and collaborations, hosting the G20-Y20 Inception Meet, developing ‘Smart Drones,’ and establishing the Assam Advanced Healthcare Innovation Institute. Global recognition came with 14 subjects ranked in QS World University Ranking, 32nd in research citation per faculty,