Author: GTM Desk

এহাজাৰ কর্মচাৰীক চাটাই কৰিলে পে’টিএমে…

এহাজাৰ কর্মচাৰীক চাটাই কৰিলে পে’টিএমে…

🔹 কর্মস্থলীত মানৱৰ চাকৰি খোৱা অভিযান আৰম্ভ কৃত্রিম বুদ্ধিমত্তা এপছত বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : কৃত্রিম বুদ্ধিমত্তাৰ মোতায়েনে মানৱ জাতিৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা শংকা এতিয়া সত্য প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ কৃত্রিম বুদ্ধিমত্তা (এআই) কর্মস্থানত নিয়োগ কৰিলে মানুহৰ সংস্থাপন কাঢ়ি নিব বুলি চলি থকা চর্চা শেহতীয়াভাৱে সত্যত

ডিমা হাছাওত নিৰ্বাচনী হিংসা : দুষ্কৃতিকাৰীৰ আক্ৰমণত দুজন আহত…

ডিমা হাছাওত নিৰ্বাচনী হিংসা : দুষ্কৃতিকাৰীৰ আক্ৰমণত দুজন আহত…

অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পাহাৰীয়া জিলা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনকেন্দ্ৰিক হিংসাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ডিমা হাছাওৰ ছেমখৰ পৰিষদীয় সমষ্টিত এই নিৰ্বাচনী হিংসা সংঘটিত হৈছে । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দুজন যুৱক ক্ৰমে ৰাইডেন হাফলংবাৰ আৰু প্ৰকাশ ফংলʼক কোনো দুষ্কৃতিকাৰীয়ে

নাবালিকাক যৌন নিৰ্যাতনৰ অপৰাধত দুজনক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড…

নাবালিকাক যৌন নিৰ্যাতনৰ অপৰাধত দুজনক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড…

২০১৭ৰ জুনত দুধনৈৰ টাঙাবাৰীত সংঘটিত হৈছিল নাবালিকাক যৌন নির্যাতন চলোৱাৰ এক জঘন্য ঘটনা। গাঁওখনৰ সঞ্জয় বৰ্মনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল এগৰাকী নাবালিকাক যৌন নির্যাতন চলোৱাৰ। তাৰ পাছতে ভুক্তভোগীৰ পৰিয়ালে দুধনৈ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সঞ্জয় বর্মনক কৰায়ত্ত কৰি পক্স’ আইনৰ অধীনত ৭০/১৭ নম্বৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি…

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি…

সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যতাৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্ৰেতা, কলা-সংস্কৃতিপ্ৰেমীকে ধৰি খাদ্যৰসিকসকলৰ ব্যাপক সমাগম ঘটে। প্ৰথম দিনকেইটাত পাপন, শ্ৰুতি হাচান আৰু অন্যান্য শিল্পিসকলৰ মনজুৰোৱা প্ৰদৰ্শনৰ পিছত অন্তিম দিনটোত অসমৰ

ডাইনী সন্দেহত শোণিতপুৰৰ চটাই নমাইলত দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং…

ডাইনী সন্দেহত শোণিতপুৰৰ চটাই নমাইলত দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং…

🔹 প্ৰাণৰ মমতাত থানাত হাজিৰ ভুক্তভোগী পৰিয়াল শোণিতপুৰ জিলাত এইবাৰ সংঘটিত হৈছে আন এক ডাইনী কাণ্ড। বিজ্ঞান-প্ৰযুক্তিৰ জয়যাত্ৰা অব্যাহত থকা একবিংশ শতিকাত অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱাত সৰ্বস্বান্ত হৈছে এটি দুৰ্ভগীয়া পৰিয়াল। শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ চটাই নমাইলত ডাইনী সন্দেহত এটা পৰিয়ালৰ ওপৰত একাংশ দুৰ্বৃত্তই দলবদ্ধ নিৰ্যাতন চলোৱাৰ ফলত প্ৰাণৰ মমতাত ঘৰ-দুৱাৰ