উৎসৱ মানেই যেন সুৰা। সুৰা অবিহনে আধৰুৱা উৎসৱৰ মাদকতা। এয়াই এতিয়া আমাৰ সমাজৰ পৰিৱেশ। জ্যেষ্ঠ, কনিষ্ঠ অথবা পুৰুষ, মহিলা কোনো বাচ-বিচাৰ নোহোৱাকৈ মুক্ত মনেৰে সুৰাত মগন হোৱাটোৱেই বহুতৰ বাবে মূল উদ্দেশ্য। এই উদ্দেশ্যকে বাস্তৱায়িত কৰিবলৈকে এজন যুৱকে নিজৰ মাতৃকে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে।জানিব পৰা মতে এজন ২৩ বছৰীয়া যুৱকে উৎসৱৰ
Author: GTM Desk
পৰকীয়া সম্পৰ্কত সোমাই পৰিছিল বোৱাৰী। আৰু সেই সম্পৰ্ক জনাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ’ল শহুৰেকে। এই চাঞ্চল্যকৰ অভিযোগত মৃত লোকজনৰ পুত্ৰ বোৱাৰী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ নৰসেনা অঞ্চলত। টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অভিযুক্ত সেই যুৱতীগৰাকীৰ নাম ৰেখা দেৱী। ২৭ বছৰীয়া
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপোনাৰ উচ্চাকাংক্ষা পূৰণৰ দিন হ’ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কিছুমান পৰিকল্পনাৰ দ্বাৰা আপুনি লাভৱান হ’ব পাৰে। ঘৰত অতিথি অহাৰ বাবে ধনৰ ব্যয় বৃদ্ধি পাব, ফলত আপুনি কিছু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে। কিন্তু আপুনি অনিচ্ছাকৃতভাৱেও খৰচ কৰিবলগীয়া হ’ব পাৰে। আইনী কামত সফলতা লাভৰ সম্ভাৱনা। কোনো
বছৰৰ শেষৰটো দিনত আলোচনাপন্থী আলফাৰে ভাৰত চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব৷ ৩১ ডিচেম্বৰত আলোচনপন্থী আলফাৰে হ’বলগীয়া চুক্তিৰ বাবে ইতিমধ্যে আলফাৰ এটা দল ৰাওনা হৈছে নতুন দিল্লীলৈ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ব বহুপ্ৰত্যাখিত চুক্তিখন৷ উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াবৰ্গ, অসম
তেজপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে একাংশই। তেজপুৰৰ বাহবাৰী বৰচোনত দেওবাৰে সংঘটিত হৈছে এই ঘটনা। কালি নিশা ৯ মান বজাত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি ডাইনীৰ সন্দেহত এগৰাকী ৪০ বছৰীয়া মহিলাক জ্বলাই দিলে একাংশই। আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনাত ৬ জন জড়িত আছে আৰু