Author: GTM Desk

মদ কিনিবলৈ টকা নিদিয়াৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ…

মদ কিনিবলৈ টকা নিদিয়াৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ…

উৎসৱ মানেই যেন সুৰা। সুৰা অবিহনে আধৰুৱা উৎসৱৰ মাদকতা। এয়াই এতিয়া আমাৰ সমাজৰ পৰিৱেশ। জ্যেষ্ঠ, কনিষ্ঠ অথবা পুৰুষ, মহিলা কোনো বাচ-বিচাৰ নোহোৱাকৈ মুক্ত মনেৰে সুৰাত মগন হোৱাটোৱেই বহুতৰ বাবে মূল উদ্দেশ্য। এই উদ্দেশ্যকে বাস্তৱায়িত কৰিবলৈকে এজন যুৱকে নিজৰ মাতৃকে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে।জানিব পৰা মতে এজন ২৩ বছৰীয়া যুৱকে উৎসৱৰ

মৰিয়াই মৰিয়াই এজনক হত্যা, আটক অভিযুক্ত!

মৰিয়াই মৰিয়াই এজনক হত্যা, আটক অভিযুক্ত!

কামৰূপ জিলাৰ আল্টা গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নয়নমনি ডেকাক অৱশেষত বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। যোৱা ২১ ডিচেম্বৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অভিযোগ অনুসৰি একেখন গাঁৱৰ নিবাসী তথা দুটা সন্তানৰ পিতৃ বিনয় ৰাজবংশী নামৰ এজন লোকক টাঙোনেৰে প্ৰহাৰ কৰি হত্যা কৰিছিল নয়নমনি ডেকাই। উক্ত

Curtain Raiser programme for Northeast Health Fest initiated

Curtain Raiser programme for Northeast Health Fest initiated

Guwahati: The Northeast Health Festival 2023 curtain raiser programme has been successfully organised by Redlemon Technologies Pvt. Ltd. The Programme started with the Guwahati 5Km Run from War memorial Dighalipukhuri to GMC Auditorium where cadets from Indian Army , NCC and Indian Navy and local runners participated . The Programme

প্ৰেমিকাক পৰিয়ালৰ সৈতে সাক্ষাৎ কৰোৱাৰ বাবে ভাল দিন, কোন ৰাশিৰ কি আছে ভাগ্যফল?

প্ৰেমিকাক পৰিয়ালৰ সৈতে সাক্ষাৎ কৰোৱাৰ বাবে ভাল দিন, কোন ৰাশিৰ কি আছে ভাগ্যফল?

মেষ : শ্ৰীগণেশে কৈছে, আজিৰ দিনটো আপোনাৰ বাবে প্ৰগতিৰ দিন হ’ব কিয়নো আপুনি বিদেশ যাত্ৰালৈ যাবলগীয়া হ’ব পাৰে, যিটো আপোনাৰ বাবে লাভজনক হ’ব। পৰিয়ালৰ কোনো সদস্যৰ আপোনাৰ কথা বেয়া লাগিব পাৰে, যাৰ বাবে আপুনি ক্ষমা বিচাৰিব লাগিব। আপুনি দৈনিক প্ৰয়োজন পূৰণৰ বাবে ধন খৰচ কৰিব লাগিব, কিন্তু নিজৰ আয় অনুসৰি

বৰদিনত ডাঙৰ খবৰ! শুক্ৰৰ স্থান সলনিৰ ফলত ভাগ্যৰ চকৰি ঘূৰিব কেইবাটাও ৰাশিৰ লোকসকলৰ

বৰদিনত ডাঙৰ খবৰ! শুক্ৰৰ স্থান সলনিৰ ফলত ভাগ্যৰ চকৰি ঘূৰিব কেইবাটাও ৰাশিৰ লোকসকলৰ

বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহক সম্পদ, বৈভৱ, বৈষয়িক সুখ, বিলাসবহুল জীৱনৰ কাৰক বুলি ধৰা হয়। সেয়ে শুক্ৰৰ অৱস্থান পৰিৱৰ্তনে জ্যোতিষশাস্ত্ৰত বিশেষ তাৎপৰ্য বহন কৰে। আজি মাজনিশা, অৰ্থাৎ ২৫ ডিচেম্বৰত শুক্ৰৰ স্থান পৰিৱৰ্তন হ’ব। তেওঁৰ নিজৰ ৰাশি তুলাক এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত বৰদিনৰ দিনটোত কেইবাটাও ৰাশিৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব।