“খ্ৰীষ্টমাছ হৈছে যীশুৰ জন্মদিন উদযাপনৰ বাবে পালন কৰা এক উৎসৱ ৷ যাৰ খ্যাতি পৃথিৱীৰ প্ৰতিটো কোণত দেখা যায় ৷ কেক কাটি, গীৰ্জালৈ যোৱা, ইজনে সিজনক উপহাৰ দিয়াৰ লগতে এই দিনটোত আন এটা বস্তুৰ বিশেষ গুৰুত্ব আছে আৰু সেয়া হ’ল খ্ৰীষ্টমাছ ট্ৰি, কিন্তু এই দিনটো কিয় পালন কৰা হয় আৰু ইয়াক
Author: GTM Desk
আজি পৱিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ এই দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয় সমগ্ৰ বিশ্বতে । জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে । প্ৰায় ৬ খ্ৰীষ্টপূৰ্বৰ পৰা ৪ খ্ৰীষ্টপূৰ্বৰ মাজৰ কোনো এক সময়ত জন্ম লাভ কৰা
আপুনি নিশ্চয়কৈ নিজৰ ল’ৰা-ছোৱালীক, মাতৃ-পিতৃক, বন্ধু-বান্ধৱীক আৰু প্ৰিয়জনক আলিংগন কৰিছে। কিন্তু আপুনি জানেনে আলিংগন কৰিলে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কিমান লাভ হয়। যদি আপুনি এই কথাটো নাজানে তেন্তে এই লিখনীটো পঢ়ি চাওক প্ৰেমৰ ক্ষেত্ৰতেই হওক, শাৰীৰিক বা মানসিক ক্ষেত্ৰতেই হওক আলিংগন প্ৰতিগৰাকী লোকৰ বাবে যথেষ্ট উপকাৰী হয়। যেতিয়া কোনো
যদি কেতিয়াবা চলাই থাকোতে আপোনাৰ গাড়ীৰ ব্ৰেক ফেইল হৈ যায়, তেতিয়া কি কৰিব আপুনি? আপোনাৰ আৰু পথত থকা আনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা লোৱাটো অতি গুৰুত্বপূৰ্ণ। যদি চলন্ত অৱস্থাত গাড়ীৰ ব্ৰেক ফেইল হৈ যায় তেন্তে ইয়াৰ পৰা নিজকে আৰু আনকো বিপদমুক্ত কৰিবলৈ আপুনি কি কি উপায় গ্ৰহণ কৰিব
টিভিত চিনেমা চোৱা, ধাৰাবাহিক চোৱা আৰু ৰেডিঅ’ত গান শুনা… এই সকলোবোৰ এক পুৰণি যুগৰ কথা হৈ পৰিছে। বৰ্তমান যুগটো ৰীলছ্ হৈ পৰিছে। শিশু, বৃদ্ধৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মই বৰ্তমান ৰিল চোৱাতে ব্যস্ত হৈ পৰিছে। ৰীলছ্ চোৱাত সাধাৰণভাবে ব্যস্ত নহয়, সম্পূৰ্ণভাবে ব্যস্ত হৈ যায়…শুৱাৰ সময়ত, উঠাৰ সময়ত, খোৱাৰ সময়ত, ক’ৰবালৈ