শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়।বিশ্বাস কৰা হয় যে, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে।যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে।ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই ব্যক্তিৰ জীৱন
Author: Shahnawaz Hamza
ষ্ট্ৰ’ক হোৱাৰ এমাহ আগৰ পৰাই শৰীৰে দিয়ে সংকেত:- এজন লোকৰ দেহত ষ্ট্ৰ’ক সংঘটিত হোৱাৰ এমাহ মান আগৰ পৰাই তেওঁৰ শৰীৰে তেওঁক দি থাকে কিছু পূৰ্ব অনুমান। কিন্তু ব্যক্তি বিশেষ এ এই লক্ষণ সমূহ গুৰুত্ব নিদিয়াৰ ফলত এটা সময়ত তেওঁৰ জীৱনলৈ নামি আহে ষ্ট্ৰ’ক নামৰ বিপদ। ষ্ট্ৰ’ক কি ? এজন
মহিলাই অবহেলা কৰা ১২ টি লক্ষণ কেন্সাৰো হব পাৰে :- নিজৰ দেহটোৰ বিষয়ে নিজতকৈ আনে কি জানিব? দেহত ঘটা পৰিৱৰ্তন বা কোনো ধৰনৰ খেলিমেলি ব্যাক্তিজনে নিজেই প্ৰথমতে গম পাই। আৰু এই পৰিৱৰ্তন বা লক্ষণ ক যদিহে গুৰুত্ব নিদিয়ে তাৰ ফলতেই ব্যাক্তি বিশেষৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদৰ শংকা। বিশেষকৈ
ডায়েবেটিছ ৰোগৰ তিনিটা সতৰ্কমুলক লক্ষণ অবহেলা নকৰিব :- আপোনাৰ দেহত ডায়েবেটিছ ৰোগৰ আবিৰ্ভাৱ আপুনি গম পায় কিন্তু আপুনি অবহেলা কৰাৰ বাবেহে এই ৰোগ আপোনাৰ দেহত পুৰনি হৈ পৰে। দেহত আবিৰ্ভাৱ হোৱা এই ৰোগে ঘাইকৈ তিনিটা লক্ষণৰে ব্যাক্তিবিশেষক সতৰ্ক কৰে :- ১) সঘনাই পেচাব কৰাৰ প্ৰৱণতা (polyurea) । ২) সঘনাই পানীৰ
নৱজাতক শিশুক টোপনিৰ সঠিক পদ্ধতি পালন নকৰালে হ’ব মাৰাত্মক ক্ষতি :- কেনেদৰে শুব লাগে আপোনাৰ নৱজাতক শিশু ? আপোনাৰ কনমাণিয়ে সঠিক ধৰণে টোপনি মাৰেনে ? কেনেদৰে শুৱাই দিব লাগে শিশুক ? আৰু কেনেদৰে শুৱাব নোৱাৰিব নৱজাতকক ? এই আটাইবোৰ প্ৰশ্ন এবাৰো মনলৈ আহেনে ? যদি আহে কাৰোবাৰ পৰামৰ্শ লৈছেনে ?