৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID আপোনাৰ হাতত মাজত মাত্র ৫টা দিন। সময় থাকোঁতেই পৰীক্ষা কৰক আপোনাৰ UPI ID । কিয়নো হঠাৎ বন্ধ হৈ যাব পাৰে
Author: Shahnawaz Hamza
২০২৪ত এশজন সাংসদে প্রার্থিত্ব হেৰুৱাব শাসক দলৰ, বয়োজ্যেষ্ঠ মন্ত্রী-সাংসদো বঞ্চিত হ’ব, ৫০ শতাংশ ভোট দখলৰ লক্ষ্য মোদীৰ, ৩৫০ আসনত জয়ৰ পৰিকল্পনা… যুৱ প্রজন্মক সন্মুখত লৈ পুনৰ দিল্লী দখলৰ পৰিকল্পনা ৰচিছে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে।
পুনৰ গুৱাহাটীত গুলীচালনাৰ ঘটনা। মহানগৰীৰ সোণাইঘুলীত সংঘটিত হৈছে এই ঘটনা। এটা ধৰ্ষণকাণ্ডক লৈ এই ঘটনা হোৱাৰ সন্দেহ। কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ। গুলীচালনাৰ ফলত এজন
অসম গণ পৰিষদৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ পৰা পাচ গৰাকী সদস্যৰ অন্তৰ্ভুক্তি
দুচকুত স্বাধীন অসমৰ সপোন আঁকি লৈ সশস্ত্র সংগ্রামৰ পথ বাছি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ সৈতে সম্পাদিত হ’বলগীয়া চুক্তিক লৈ চৌদিশে সৃষ্টি হৈছে তীব্র