Author: GTM Desk

ঢকুৱাখনাত পৰপুৰুষৰে পত্নীৰ পলায়নত শোকাহত স্বামীৰ আত্মহত্যা…

ঢকুৱাখনাত পৰপুৰুষৰে পত্নীৰ পলায়নত শোকাহত স্বামীৰ আত্মহত্যা…

দুই কণমানি সন্তানক এৰি পত্নী পৰপুৰুষৰ সৈতে পলাই যোৱাৰ দুখ আৰু লাজত স্বামীয়ে আত্মহত্যা কৰাৰ ঘটনাই সৃৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ম’হঘুলি চাপৰিত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ঢকুৱাখনা নগৰৰ ম’হঘুলি চাপৰিৰ বাসিন্দা শৰৎ দাসৰ পত্নী কেইদিনমান পূৰ্বে নিশা ঢকুৱাখনাৰেই ভাটি হুজ গাঁৱৰ পদুম দাস

জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা ভাৰত জোড়ো ২.০…

জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা ভাৰত জোড়ো ২.০…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় খণ্ড। অৰুণাচলৰ পৰা গুজৰাটলৈ এই যাত্ৰা হাতত ল’ব ৰাহুল গান্ধীয়ে। আজি কংগ্ৰেছ ৱৰ্কিং কমিটী (চিডব্লিউচি)ৰ বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় খণ্ডৰ কথা উল্লেখ কৰে।

পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ

পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ

পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ কৰিলে উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এজন লোকে৷ তৰোৱালেৰে গাজিয়াবাদৰ ভোজপুৰ গাঁৱৰ ধৰমবীৰ নামৰ লোকগৰাকীয়ে এনেদৰে পত্নীৰ শিৰশ্ছেদ কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ পুত্রৰ অভিযোগৰ ভিত্তিত অভিযুক্ত ধৰমবীৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৫২ বছৰীয়া ধৰমবীৰৰ পত্নী সুন্দৰীৰ সৈতে সঘনে সৰু সৰু বিষয়ক লৈ

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস…

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস…

স্মাৰ্ট আৰক্ষীক চেলেন্স দি মহানগৰীত চিলনী চোৰে অব্যাহত ৰাখিছে সোণৰ চেইন চুৰি কাণ্ড । মহানগৰীৰ কটাহবাৰী তিনিআলিত দিন দুপৰতে চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিয়ে ম’বাইল ৷ স্কুটাৰত অহা তিনি দুৰ্বৃত্তই পথৰে খোজ কাঢ়ি গৈ থকা এগৰাকী শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম’ বাইল থপিয়াই উধাও হয় ৷ ইপিনে ঘটনাৰ খবৰ

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত গভাইত এটিএম চোৰ..

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত গভাইত এটিএম চোৰ..

বুধবাৰে মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰে এটা গভাইত এটিএম চোৰ ৷ উল্লেখ্যে যে,ভেটাপাৰা চাৰিআলিৰ INDUSLAND BANK ত এটা চোৰে নিশা এটিএম ভাঙি ধন লুট কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় লোকে কৰায়ত্ত কৰে ৷ পাছত ধৃত গভাইত চোৰটোক গতাই দিয়া হয় বশিষ্ঠ আৰক্ষীক ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে