Author: GTM Desk

নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নগাঁৱৰ মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস উদযাপন,উৎসাহৰে অংশগ্ৰহণ ককা-আইতাৰ

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ মিছা সেনা শিবিৰ চৌহদত অৱস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে ককা-আইতা দিৱসৰ উদযাপন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাথমিক বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ককা-আইতাই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰে। এই উপলক্ষে বিদ্যালয়ত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত ককা-আইতাসকলে নিজৰ শৈশৱৰ দিন স্মৰণ কৰিবলৈ বিদ্যালয়ৰ

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

পশ্চিম কাৰ্বি আংলঙৰ জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায় । ৰাজ্যখনৰ ২১ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনৰ অন্তিম দিনা শিক্ষা মন্ত্ৰী ৰণোজ পেগু মুখ্য অতিথি হিচাপে অহাৰ কথা

যৌতুকৰ বাবে পত্নীক হত্যাৰ অভিযোগ

যৌতুকৰ বাবে পত্নীক হত্যাৰ অভিযোগ

এক মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা। স্বামী পৰিয়ালে পৰিকল্পিতভাৱে এগৰাকী ন-বোৱাৰীক হত্যা কৰাৰ অভিযোগ। সাতবইনীৰটুপৰ আবু ছায়েদে তেওঁৰ কন্যাক প্ৰায় দুবছৰ পূৰ্বে জশিহাটী গাঁৱৰ ছানোৱাৰ দেৱানৰ পুত্ৰ তমেজ উদ্দিনৰ লগত সামাজিকভাৱে বিয়া দিছিল। বিয়াৰ পিছৰে পৰা স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক বাবে অত্যাচাৰ কৰিছিল মহিলগৰাকীক।   উল্লেখ্য যে, মহিলাগৰাকীৰ পিতৃয়ে বিবাহৰ

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

টকা আমাৰ দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত। সুখী আৰু সমৃদ্ধ জীৱন কটাবলৈ ধনৰ প্ৰয়োজনক কোনোৱে নুই কৰিব নোৱাৰে। কিন্তু কিছু লোকৰ বাবে ধনৰ গুৰুত্ব অপৰিহীম। তেওঁলোকে সকলো ক্ষেত্ৰতে ধনক বেছি প্ৰাধান্য দিয়ে। কোন কোন ৰাশিৰ জাতকে টকাক অত্যাধিক প্ৰাধান্য দিয়ে? বৃষ ৰাশি নিজৰ কামতেই দৃষ্টি নিবদ্ধ হৈ থাকে এই ৰাশিৰ জাতকৰ।