Author: GTM Desk

ট্রাক চালকক নকল পুলিচৰ ধন দাবী

ট্রাক চালকক নকল পুলিচৰ ধন দাবী

নকল পুলিচে ট্ৰাক চালকক ধন দাবী কৰোতেই ঘটনাস্থলীত হাজিৰ আচল পুলিচ। তাৰপাছতে এই দশা হ’ল ৩টা নকল পুলিচৰ। কিন্তু ধৰা পৰাৰ পাছতো দমি নগ’ল গাড়ীত পুলিচৰ ষ্টিকাৰ মাৰি ধন দাবী কৰিবলৈ অহা নকল পুলিচৰ দলটো। ঘটনাটো বঙাইগাঁৱৰ।খয়েৰ গছৰ ডাল কঢ়িউৱা ট্ৰাকখন আগছি ধৰিছিল ৭জন লোকে। ওজন কৰিবলৈ ট্ৰাকখন কাটাত তোলোতেই

কামৰূপ(ম) আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কেতবোৰ বিশেষ নিৰ্দেশনা

কামৰূপ(ম) আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কেতবোৰ বিশেষ নিৰ্দেশনা

কামৰূপ মহানগৰ আয়ুক্তলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে আয়ুক্তই কোনো ৰাজ্যিক অনুষ্ঠানলৈ যাব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ কোনো অনুষ্ঠানত আয়ুক্তগৰাকীৰ যোৱাৰ দৰকাৰ নাই, তেওঁৰ ঠাইত ৰাজ্যিক পৰ্যায়ৰ বৈঠকত ADCক প্ৰেৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। জিলাৰ কামত মনোনিৱেশ কৰিবলৈ আয়ুক্তক এই

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব,চৰকাৰী কামত সফলতা লাভ কৰিব, নতুন সম্পৰ্ক গঢ় লৈ উঠাৰ সকলো সম্ভাৱনা

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব,চৰকাৰী কামত সফলতা লাভ কৰিব, নতুন সম্পৰ্ক গঢ় লৈ উঠাৰ সকলো সম্ভাৱনা

মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব। চৰকাৰী কামত সফলতা লাভ কৰিব। দুপৰীয়া কৰ্মস্থলীৰ পৰা ভাল খবৰ পালে আপুনি সুখী হ’ব। ধন ব্যয় বেছি হ’ব যদিও অপচয় নহ’ব। অবিবাহিত লোকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। আজি নতুন সম্পৰ্ক গঢ় লৈ উঠাৰ সকলো সম্ভাৱনা আছে। আপুনি বিষয়া বা আন

গুৱাহাটীৰ চানমাৰি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটীৰ চানমাৰি উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা ঘটে। চাৰিচকীয়া বাহন এখনে চানমাৰি উৰণ সেতুৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। বাহনখনে খুন্দা মাৰি ডিভাইডাৰ ভাঙি বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনৰ ভিতৰত থকা দুই ভাতৃ গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখন পোন কৰে। তেজেৰে তুমৰলি বাহনখনৰ পৰা কোনোমতে দুই আৰোহীক উদ্ধাৰ কৰা

৫১ সংখ্যক মিঃ অসম বডী বিল্ডিং প্রতিযোগিতা…

৫১ সংখ্যক মিঃ অসম বডী বিল্ডিং প্রতিযোগিতা…

এছ’চিয়েচন অৱ বডি বিল্ডিং, যোৰহাটৰ উদ্যোগত অনুষ্ঠিত ৫১ সংখ্যক মিঃ অসম বড়ী বিল্ডিং প্রতিযোগিতাত শোণিতপুৰ জিলাৰ ভৃগু শ‍ইকীয়াই মিঃ অসমৰ খিতাপ অৰ্জন কৰে। লগতে তেওঁ চেম্পিয়ন অৱ দ্য চেম্পিয়ন্‌ছৰ খিতাপো দখল কৰে। আনহাতে, গুৱাহাটীৰ মৰমী গোৱালাই মিছ অসম খিতাপ লাভ কৰাৰ বিপৰীতে মিছ মডেল ফিজিক্‌চৰ খিতাপ জয় কৰে বৰ্ণালী বসুমতাৰীয়ে