বলীউদ জনপ্ৰিয় তাৰকা যুটি ঐশ্বৰ্য ৰায় বচ্চন (Aishwarya Rai Bachchan) আৰু তেওঁৰ স্বামী অভিষেক বচ্চনৰ (Abhishek Bachchan) লগতে তেওঁলোকৰ পৰিয়াল বিগত কিছুদিন ধৰি চৰ্চাত আছে। সকলোৱে কৈছে যে কিবা এটা খেলিমেলি নিশ্চয় হৈছে। দেশৰ বহু সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত দুয়োৰে বিচ্ছেদৰ কথা চৰ্চিত হৈছে। ইমানলৈ কথা ওলাইছে যে ঐশ্বৰ্যই
Author: GTM Desk
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক আলফা(স্বা)ই ভাবুকি দিয়াৰ পাছত মঙলবাৰে ঘটনাক্ৰমে তিনি আলফা(স্বা)ৰ কেডাৰ আটক হয় মহানগৰীৰ মালিগাঁৱত ৷ মালিগাঁৱৰ ৰে’লৱে কলনিৰ(বিবিচি) এঘৰ লোকৰ বাসগৃহত সন্দেহযুক্ত আলফা(স্বা)ৰ কেডাৰ আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰাৰ পাছতে আজি দুপৰীয়া মহানগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই তিনি কেডাৰক আটক কৰিবলৈ সক্ষম হয়
গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে ৪ বছৰীয়া শিশুক। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । আইতাকৰ ভাষ্য অনুসৰি
সোমবাৰে নিশা গহপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰে একে গাঁৱৰে ৩ জনে । এই ঘটনা সংঘটিত হৈছে গহপুৰৰ পূব -কলাবাৰীৰ দেউৰীচুকত। পিতা-পুত্ৰৰ তেজেৰে ৰাঙলী হ’ল ৰাস অনুষ্ঠান চলি থকা নামঘৰৰ চৌপাশ। হত্যাৰ বলি হোৱা দুজন ক্ৰমে পিতৃ হিতেশ্বৰ শইকীয়া (৪৭)আৰু
অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন হোৱাৰ খবৰ নতুন নহয় । বহিঃৰাজ্যত সঘনে সংঘটিত হ’ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা । বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ পুনৰ এজন চিলাপথাৰৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইজন চিলাপথাৰ সমবায় গাঁৱৰ যুৱক উত্তম ভঁৰালী । ২২ বছৰীয়া যুৱকজনে