Author: GTM Desk

নগাঁৱৰ ঠেংকুচি গাঁৱৰ তিৱা সকলৰ ডেকা চাং “ছামাদি”ত শিশুলৈ বস্ত্ৰ বিতৰণ

নগাঁৱৰ ঠেংকুচি গাঁৱৰ তিৱা সকলৰ ডেকা চাং “ছামাদি”ত শিশুলৈ বস্ত্ৰ বিতৰণ

নিউজ ব্যুৰ’,নগাঁও,১৬ডিচেম্বৰ:–বস্ত্ৰ ভঁৰালৰ (THE CLOTHES BANK) উদ্যোগত শনিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ঠেংকুচি গাঁৱৰ তিৱাসকলৰ বৰ ঘৰ ডেকা চাং “ছামাদি”ত পঞ্চাছ জনৰো অধিক শিশুৰ হাতত নতুন বস্ত্ৰ আৰু আন একাংশ জ্যেষ্ঠলোকৰ হাতত পুৰণি বস্ত্ৰ তুলি দিয়া হয়। ২০১৭চনৰ পৰা নিৰবিচ্ছিন্নভাবে আৰ্তজনলৈ কাপোৰৰ টোপোলা আগবঢ়োৱা বস্ত্ৰ ভঁৰালে এতিয়ালৈকে প্ৰায় ৭০

দেৱ বাদ্য,মাঙ্গলিক কাৰ্য্যৰে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ লাইখুঁটা স্থাপন

দেৱ বাদ্য,মাঙ্গলিক কাৰ্য্যৰে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ লাইখুঁটা স্থাপন

নিউজ ব্যুৰ’,নগাঁও,১৫ ডিচেম্বৰ:– “ভাষা সাহিত্যৰ জীৱনী দায়ক শক্তিৰে সমাজখন পৰিচালনা কৰে ৷ আজি অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ লাইখুঁটা স্থাপনৰ জৰিয়তে কেৱল সাহিত্য সভাৰ নহয় সমগ্ৰ মানৱ সমাজখনৰ সমন্বয়ৰ লাইখুঁটা স্থাপন কৰা হৈছে ৷”—এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰ জিৎ শৰ্মাৰ । অসম তথা উত্তৰ-পূবৰ বৃহত্তম জাতীয়