ঠাণ্ডা আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুতৰে হাত আৰু ভৰি জঠৰ হ’বলৈ আৰম্ভ কৰে।বহু ক্ষেত্ৰত এইটো স্বাভাৱিক যদিও বাৰে বাৰে যদি এনে হয়, তেন্তে ইয়াক একেবাৰে উপেক্ষা নকৰিব। এনেদৰে হাত-ভৰি জঠৰ হোৱাৰ মুখ্য কাৰণ হৈছে আমাৰ ৰক্ত নলীবোৰ সংকুচিত হোৱা। ৰক্তনলী সংকুচিত হ’লে বাকী অংগবোৰলৈ অক্সিজেনৰ যোগান হ্ৰাস হ’বলৈ আৰম্ভ
Author: GTM Desk
মহিলাৰ ঠোঁটৰ ওপৰত, গাল, বুকু, পেট, পিঠি আদিত কেতিয়াবা তুলনামূলকভাৱে মোটা বা কলা ধৰণৰ অলপ ঘন নোম দেখা দিয়ে। চিকিৎসা বিজ্ঞানত মহিলাৰ অবাঞ্ছিত নোম বৃদ্ধিক হিৰছুটিজম(Hirsutism) বোলা হয়। এনেধৰণৰ নোম গজাই মাথো বাহ্যিক সৌন্দর্যক নহয়, শৰীৰৰ আন অংগ প্ৰতংগকো প্ৰভাৱিত কৰে। কিদৰে অবাঞ্ছিত নোম তৈয়াৰী হয় মহিলাৰ – মহিলাৰ শৰীৰত
বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতিৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়?
অধিকাংশ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষত ভোগে। কিন্তু যদি এই সমস্যাটো মাহেকীয়াৰ বাহিৰে আন সময়তো বাৰে বাৰে হয়, তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। নাভিৰ চাৰিওফালে বা তল পেটৰ বিষ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ ফলত হয়।আজি এই বিষয়ে জানো আহক- তল পেটৰ বিষ হোৱাৰ কাৰণ- মূত্ৰনলীৰ সংক্ৰমণ (ইউটিআই) বহুসময়ত মহিলাৰ
পাষাণ প্ৰেমিক! প্ৰেমিকাৰ দেহৰ ওপৰৰে গাড়ী চলাই নিলে ভণ্ড প্ৰেমিকে। ৰাজপথত চটফটাই থকা প্ৰেমিকাৰ কাতৰ আহ্বানকো নেওচি ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰিলে পাষাণ হৃদয়ৰ প্ৰেমিকে। প্ৰথমে প্ৰেমিকাক বন্ধুৰ দ্বাৰা নিৰ্যাতন। প্ৰেমিকাই সহায় বিচৰাত চুলিত ধৰি টনা আজোঁৰা কৰাৰ লগতে ডিঙি চেপিও চলালে নিৰ্যাতন। আৰু তাৰ পাছত প্ৰেমিকাৰ ওপৰেৰেই গাড়ী চলাই নিবলৈ