ডায়েবেটিচ এটা ঘাতক ৰোগ । এই ৰোগৰ কোনো প্ৰতিষেধক নাই । কিছুমান আয়ুৰ্বেদিক তথা ঘৰুৱা পদ্ধতিৰে এই ৰোগৰ পৰা বাচি থকাৰ উপায় আছে । এজন ডায়েবেটিচ ৰোগীয়ে খুব সাৱধানে খাদ্যতালিকা প্ৰস্তুত কৰিব লাগে । কোনো কোনোৱে বিশ্বাস কৰে যে ,নহৰুৱে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । ডায়েবেটিচ ৰোগীয়ে
Author: Shahnawaz Hamza
সোমবাৰটো ভগৱান শিৱৰ দিন।এই দিনটোত শিৱৰ উপাসনা কৰোতে ভক্তসকলে নিশ্চিতভাৱেই ‘ওম নম: শিৱায়’ উচ্চাৰণ কৰে।আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।’ওম নম: শিৱায়’ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ
যিসকল পুৰুষে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া সাৱধান হোৱা উচিত। অন্যথা অনাগত দিনত ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ বিজ্ঞানীসকলে বাৰে বাৰে দাবী কৰি আহিছে যে দশক দশক ধৰি বিশ্বজুৰি শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ সঠিক কাৰণৰ অনুসন্ধান চলি আছে। ইপিনে, তাৰমাজতে চুইজাৰলেণ্ডৰ এদল গৱেষকৰ গৱেষণা
বিশ্বাস অনুসৰি, আমাৰ দিনটোৰ আৰম্ভণি ভাল হ’লে গোটেই দিনটো ভালদৰে পাৰ হয়।সেয়ে হয়তো অধিকাংশ লোকেই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঈশ্বৰৰ নাম লয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি, আন এক ধৰণেও আপুনি আপোনাৰ দিনটো সুন্দৰ-সফল কৰি তুলিব পাৰে। এই শাস্ত্ৰ অনুসৰি, আপুনি প্ৰত্যেক ৰাতিপুৱা সাৰ পাই প্ৰথমে ঈশ্বৰৰ ধ্যান কৰা উচিত। ইয়াৰ
সমাগত নতুন বছৰ। নতুন বছৰৰ আৰম্ভণিতে গ্ৰহৰ চলাচলত পৰিৱৰ্তন হ’ব। গ্ৰহৰ কথা ক’বলৈ গ’লে, ইয়াত কৰ্মৰ দাতা শনি দেৱৰ যথেষ্ট ভূমিকা আছে। ২০২৪ চনৰ আৰম্ভণিতে শনি দেৱ তেওঁৰ ৰাশি চিহ্ন কুম্ভৰাশিত পশ্চাদগামী হ’বলৈ গৈ আছে আৰু শনি পশ্চাদগামী হোৱাৰ বাবে কেইটামান ৰাশিচিহ্নৰ ভাগ্য উদয় হ’ব।হয়, নতুন বছৰটোত কোনকেইটা ৰাশিৰ ভাগ্যৰ