Author: Shahnawaz Hamza

শীতত কোষ্ঠকাঠিন্য বাঢ়ে , পেট চাফা ৰাখিবলৈ কি কি খাব ?

শীতত কোষ্ঠকাঠিন্য বাঢ়ে , পেট চাফা ৰাখিবলৈ কি কি খাব ?

ঠাণ্ডা দিনত গৰম দিনৰ তুলনাত পানী কমকৈ পান কৰা হয় । যাৰবাবে বহুতৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হয় । সমান্তৰালকৈ শীতকালত যিমানেই খোৱা-বোৱা বেছি হয় ,সিমানেই হজমী শক্তি কমি আহে । সমগ্ৰ বছৰটোৰ তুলনাত শীতকালত হজমী শক্তি কমি যোৱাৰ লগতে কোষ্ঠকাঠিন্য বাঢ়ি যায় । বিশেষজ্ঞৰ মতে , শীতকালত যিমানপাৰে অখাদ্য

ধুনীয়া চুলিৰে আপুনিও সকলোকে কৰিব পাৰিব আকৰ্ষণ..

ধুনীয়া চুলিৰে আপুনিও সকলোকে কৰিব পাৰিব আকৰ্ষণ..

দীঘল, ডাঠ আৰু ক’লা চুলি হৈছে প্ৰতিগৰাকী ছোৱালীৰে প্ৰথম পছন্দ। ধুনীয়া চুলিয়ে সকলোকে আকৰ্ষিত কৰাৰ বিপৰীতে শুকান তথা নিষ্প্ৰাণ চুলিয়ে গোটেই চেহেৰাটো নষ্ট কৰে। প্ৰদূষণ, ধূলি আৰু সূৰ্যৰ পোহৰৰ ফলত চুলিৰ সৈতে সম্পৰ্কিত সমস্যা বৃদ্ধি পাইছে। চুলি সৰা, পাতল আৰু শুকান চুলিৰ সমস্যা আজিকালি সচৰাচৰ হৈ পৰিছে।সেয়েহে, চুলিক গুৰিৰ পৰা

পৰাও আছে শিকিবলগীয়া: চাণক্যই দিছে শিক্ষণৰ সন্ধান..

পৰাও আছে শিকিবলগীয়া: চাণক্যই দিছে শিক্ষণৰ সন্ধান..

জীৱনত শিক্ষাৰ বিশেষ গুৰুত্ব আছে। সেই শিক্ষা আমি পিতৃ-মাতৃৰ পৰা পাওঁ, গুৰুৰ পৰা বা প্ৰকৃতিৰ পৰা পাওঁ, সকলোৱে আমাৰ সফল জীৱনৰ বাবে আমাক কিবা নহয় কিবা এটা শিকাই থাকে। তেনে এজন মহান গুৰু আছিল আচাৰ্য চাণক্য, যাক আজিও বিশ্বৰ শ্ৰেষ্ঠ পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। তেওঁৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰই আজিও

চেনীৰ পৰিৱৰ্তে আমি কিয় গুড় খোৱা উচিত ? গুড় চেনীৰ পৰিপূৰক হয়নে

চেনীৰ পৰিৱৰ্তে আমি কিয় গুড় খোৱা উচিত ? গুড় চেনীৰ পৰিপূৰক হয়নে

নিজকে সুস্থ ৰাখিবলৈ বহুতেই চেনীৰ পৰিৱৰ্তে গুড় খোৱা দেখা যায় । কিন্তু গুড় কেতিয়াও চেনীৰ পৰিপূৰক নহয় । এইকথা অৱশ্যে আমি কোৱা নাই । এইকথা কৈছে পুষ্টিবিদে । এই দুয়োবিধ মিঠাৰ ক্ষেত্ৰত যদিও গুণগত পাৰ্থক্য আছে তথাপি ই চেনীৰ পৰিপূৰক হ’ব নোৱাৰে । এই সন্দৰ্ভত পুষ্টিবিদে কৈছে যে, চেনীৰ পৰিৱৰ্তে

ব্যক্তিৰ জীৱনক প্ৰভাৱান্বিত কৰিব পৰা গীতাৰ কেইটামান মহান বাণী

ব্যক্তিৰ জীৱনক প্ৰভাৱান্বিত কৰিব পৰা গীতাৰ কেইটামান মহান বাণী

আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই গীতাত উল্লেখ আছে। আহকচোন আজি জানি লওঁ কৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে – ১/ নকলতকৈ আচলত সদায় ভাল! ২/ আশাৰ অন্ত পৰিলে শান্তি আৰম্ভ