Advertisement

Author: Shahnawaz Hamza

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

গুৱাহাটী,১২ ডিচেম্বৰঃ ঘোষণা কৰা হ’ল ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১২ জানুৱাৰীত।

প্ৰাঞ্জল প্ৰতীম দত্তৰ ‘অন দ্য হুইল : শিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

প্ৰাঞ্জল প্ৰতীম দত্তৰ ‘অন দ্য হুইল : শিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

গুৱাহাটী,১২ ডিচেম্বৰঃ সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্ৱাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট

সাংবাদিকৰ সৈতে লখিমপুৰৰ নৱনিযুক্ত জিলা আয়ুক্তৰ বাৰ্তালাপ

সাংবাদিকৰ সৈতে লখিমপুৰৰ নৱনিযুক্ত জিলা আয়ুক্তৰ বাৰ্তালাপ

লখিমপুৰ,১২ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেই জিলাখনৰ সাংবাদিক, সংবাদকৰ্মী সকলৰ সৈতে এক সৌহাদ্যপূৰ্ণ বার্তালাপ অনুষ্ঠানত মিলিত হয়। জিলাখনৰ সাংবাদিক সকলে জিলা আয়ুক্তগৰাকীক

প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ পুত্ৰ অৰ্কাশিষ চলিহায় যোগদান কৰিব বিজেপিত…

প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ পুত্ৰ অৰ্কাশিষ চলিহায় যোগদান কৰিব বিজেপিত…

বিজেপিত আজি বৃহৎ যোগদান কাৰ্যসূচী প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ পুত্ৰ অৰ্কাশিষ চলিহায়ো যোগদান কৰিব বিজেপিত… NB:This is a breaking news story , more details will be added soon.

প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাঠ কৰক হনুমান চলিছা

প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাঠ কৰক হনুমান চলিছা

শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত