🔵 পুৱা ৭ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব 🔵 ভোটগণনা কেন্দ্ৰত সাজু বিষয়া-কৰ্মচাৰীৰ 🔵 প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ
Author: Shahnawaz Hamza
ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলাত জয়ী হ’ল। এই শৃংখলাৰ অন্তিমখন মেচত টছত পৰাজিত হৈ টীম ইণ্ডিয়াৰ হৈ প্ৰথম বেটিং কৰা শ্ৰেয়াছ আয়েৰে একক যুঁজেৰে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম
আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়।
শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা
গ্ৰীষ্মকালত শৰীৰটো ঠাণ্ডা ৰাখিবলৈ বহুলোকে বিভিন্ন গ্ৰীষ্মকালীন ফলৰ ওপৰত নিৰ্ভৰ কৰে । গ্ৰীষ্মকালীন শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ পানী আৰু বিভিন্ন ৰসাল ফলৰ প্ৰয়োজন। এই তালিকাৰ আৰম্ভণিতে আছে তৰমুজৰ নাম ।