‘কোনো কাৰণতে বলৱৎ হ’বলৈ দিয়া নহ’ব নাগৰিকত্ব সংশোধনী আইন’। ‘CAAৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব ৰাইজৰ দল’। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ এক ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া অখিল গগৈৰ।
Author: GTM Desk
মঙ্গলবাৰে নগাঁৱত ৮৩ৰ নেলী গণহত্যাৰ আধাৰত নিৰ্মান কৰা অসমীয়া কথাছবি ” নেলীৰ কথা” দ্বিতীয়টি প্ৰমোশ্যনেল গীতটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট চলচিত্র নিৰ্মাতা অৰূপ মান্নাই। নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে পাৰ্থজিৎ বৰুৱাই “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে । উল্লেখ্য যে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত
➡️অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক এই বছৰৰ “অসম গৌৰৱ- ২০২৩” বঁটা প্ৰদান বঢ়মপুৰৰ ৰাসথলীত।➡️সমন্বয় ৰাসৰ মঞ্চত “অৰণ্য পিতৃ” উপাধিৰে পায়েংক বিভূষিত কৰিলে জাগৰণ সচেতন নাগৰিক মঞ্চয়ে।➡️শেহতীয়াকৈ চৰকাৰে ৰোপণ কৰা এক কোটি গছপুলিৰ ২০%হে বাচি থাকিব। অসময়ত গছপুলি ৰোপণ কৰিলে চৰকাৰে: আক্ষেপ প্ৰকাশ যাদৱ পায়েংৰ।➡️বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলমুক্ত কৰা অঞ্চলত হাতীৰ
■মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।■দূৰ্ঘটনাটোত তিনিজন লোক আহত।■এখন দুচকীয়া বাহন আৰু এখন স্কোৰপিঅ’ বাহনৰ মাজত সংঘৰ্ষৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়।■পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ তিনিজন আহত হয়।■আহত তিনিজন ক্ৰমে মিন্টু নাথ(২২), মানস বৰুৱা(১৫) আৰু অঞ্জন পাঠক(২০) ।■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিওমিন্টু নাথ আৰু মানস বৰুৱাৰ আঘাত