Author: GTM Desk

নিসন্তানক সন্তান লাভ কৰাত সহায় কৰে মংগলবাৰৰ ব্ৰতে

নিসন্তানক সন্তান লাভ কৰাত সহায় কৰে মংগলবাৰৰ ব্ৰতে

১/সৰ্ব সুখ-ৰাজ্য সন্মান তথা-পুত্ৰ পাপ্তিৰ বাবে.. মংগলবাৰৰ ব্ৰট উত্তম হয়.. ২/মংগলবাৰে ব্ৰট ৰাখিলে-ঘেহুঁ আৰু গুৰৰ ভোজন কৰিব লাগে.. এই ভোজন দিন বা ৰাতি-এটা সময়তহে কৰিব লাগে..। ৩/এই মংগলবৰীয়া হনুমান ব্ৰট-২১সপ্তাহ কৰিব লাগে.. এই ব্ৰট কৰিলে-তথা-মনুষ্যৰ সকলো দুখ-কষ্ট নাশ হৈ বুলি মনা যায়.. ৪/ব্ৰট কৰি পূজা কৰাৰ সময়ত-পূজাত ৰঙা ফুল দিব

লক্ষ্মী আইৰ আশীৰ্বাদ পাবলৈ কৰক মাত্ৰ এটা কাম…

লক্ষ্মী আইৰ আশীৰ্বাদ পাবলৈ কৰক মাত্ৰ এটা কাম…

আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেবী হিচাপে মনা যায়।বিশেষকৈ শুক্রবাৰৰ দিনটো দেবী লক্ষ্মীৰ প্রতি উৎসর্গীত আৰু মনা যায় যে শুক্রবাৰে দেবী লক্ষ্মীৰ পূজা কৰিলে অর্থ-ধন সংক্রান্তীয় সমস্যা দূৰ হয় বুলি। শুক্রবাৰৰ সন্ধ্যা দেবী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়,এনে কৰিলে ঘৰত সুখ- সমৃদ্ধি বৃদ্ধি পায়, মত-

ভগৱান শ্ৰী গণেশে লম্বোদৰ অৱতাৰ কিয় লৈছিল ?

ভগৱান শ্ৰী গণেশে লম্বোদৰ অৱতাৰ কিয় লৈছিল ?

ভগৱান শ্রী গণেশৰ ৮অৱতাৰৰ ভিতৰত লম্বোদৰ অৱতাৰো এক অন্যতম।ভগৱান শ্রী গণেশৰ লম্বোদৰ অৱতাৰৰ ৰহস্য – ক্ৰধাসুৰ নামৰ এটা দৈত্যই সূৰ্য্য দেৱতাৰ উপাসনা কৰি ব্ৰহ্মাণ্ড বিজয়ৰ বৰদান ললে।ক্ৰধাসুৰৰ এই বৰদানৰ বাবে সকলো দেৱতাগণৰ ভয় হল।ক্ৰধাসুৰ দেৱতাগণৰ লগত যুদ্ধ কৰিবলৈ ওলালে। তেতিয়া গণপতিয়ে লম্বোদৰ অৱতাৰ লৈ সকলোকে ৰক্ষা কৰিলে।আৰু ক্ৰধাসুৰক বুজালে যে,

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

কাইলৈ অৰ্থাৎ ২৮ নৱেম্বৰত গুৱাহাটীৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T-20 মেচ। শৃংখলাখনত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কেংগাৰু বাহিনীক ৪৪ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। ইপিনে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা মেচৰ বাবে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়

৩০ দিনৰ বাবে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব এইখন দেশ

৩০ দিনৰ বাবে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব এইখন দেশ

ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব মালেছিয়া। দেশখনৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে কয় যে, মালেছিয়াই ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি চীন আৰু ভাৰতৰ নাগৰিকসকলক ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাকৈ ৩০ দিনৰ বাবে ভিচা নোহোৱাকৈ মালেছিয়া ভ্ৰমণ কৰিব পাৰিব। দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই এই কথা। চীন