Author: GTM Desk

জন্মদিনত ডুবাইলৈ লৈ যোৱাৰ বাবে অস্বীকাৰ কৰাত স্বামীক হত্যা পত্নীৰ

জন্মদিনত ডুবাইলৈ লৈ যোৱাৰ বাবে অস্বীকাৰ কৰাত স্বামীক হত্যা পত্নীৰ

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৩৬ বছৰীয়া এগৰাকী ব্যক্তিক মৰিয়াই হত্যা কৰিলে পত্নীয়ে। জানিব পৰা মতে পত্নীৰ জন্মদিনত স্বামীয়ে ডুবাইলৈ লৈ যোৱাৰ বাবে অস্বীকাৰ কৰিছিল। যাৰ বাবে ক্ষোভত পত্নীয়ে স্বামীৰ ওপৰত আক্ৰমণ কৰে। শুকুৰবাবে পুনেৰ বনাবাড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত্যু হোৱা লোকজন ব্যৱসায়ী নিখিল

জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ দেহাৱসান

জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ দেহাৱসান

🔴জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ দেহাৱসান 🔴দীর্ঘদিনে অসুস্থ হৈ আছিল দেৰগাঁৱৰ সাংবাদিকগৰাকী 🔴এটা ব্যক্তিগত চেটেলাইট চেনেল, কেইবাখনো কাকতৰ সৈতে জড়িত আছিল বৰদলৈ

আজি ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

🔵আজি ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ 🔵১৯৯ খন আসনৰ বাবে ভোটগ্ৰহণ 🔵১,৮৬৩ প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব ৫.২৬ কোটি ভোটাৰে 🔵৩ ডিচেম্বৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল 🔵সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক

বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক

🔴বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ এগৰাকী যুৱক 🔴মুম্বাইৰ লোকমান্য তিলক ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন যুৱকজন 🔴সন্ধানহীন যুৱকজন বাক্সাৰ দ্বাৰাগাঁৱৰ ৰমেশ ৰামছিয়াৰী 🔴মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ গৈছিল যুৱকজন