Author: GTM Desk

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা পদ খালী

✅আবেদনৰ অন্তিম তাৰিখ ২–৫ ডিচেম্বৰ আছাম পাব্লিক ছার্ভিচ কমিছনৰ তৰফৰ পৰা দুখন নিয়োগ সম্পর্কীয় জাননী জাৰি কৰা হৈছে৷ সেই অনুসৰি অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনীয়াৰিং বিভাগত ৩৪৫টা সহকাৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনীয়াৰৰ পদ খালী হৈছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ সহকাৰী ইঞ্জিনীয়াৰ (চিভিল/মেকানিকেল/ইলেক্ট্রিকেল/ কেমিকেল)ৰ খালী পদ ৮১টা৷

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

🔴আবেদনৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ (আইআইই) গুৱাহাটীত ৭টা বিভিন্ন বিভাগৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ লীড, মেণ্টাৰ, ছিনিয়ৰ এগজিকিউটিভ আৰু ডাটা এণ্ড্রী অপাৰেটৰ পদসমূহ খালী হৈ আছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে আবেদন জনাব পাৰিব৷ লীড প্রজেক্টৰ খালী পদ ১টা৷ প্রার্থীসকলক মাহিলি ৩৯ হাজাৰ

নীপকোত ৭৫টা পদৰ বাবে আবেদন আহ্বান

নীপকোত ৭৫টা পদৰ বাবে আবেদন আহ্বান

🟢আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ৰ তৰফৰ পৰা ৭৫টা গ্রেজুৱেট এপ্রেণ্টিছ আৰু টেকনিচিয়ান এপ্রেণ্টিছৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্রহী আৰু উপযুক্ত প্রার্থীয়ে অনলাইনযোগে আবেদন জনাব পাৰিব৷ গ্রেজুৱেট এপ্রেণ্টিছৰ খালী পদৰ সংখ্যা ২৮টা৷ ইয়াৰে আছাম গেছ বেছ্ড পাৱাৰ ষ্টেচন, ডিব্রুগড়ত ২টা পদ

এছবিআইত ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট পদৰ বাবে আবেদন আহ্বান

এছবিআইত ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট পদৰ বাবে আবেদন আহ্বান

✅আবেদনৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ৰ তৰফৰ পৰা বেংকৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে মুঠ ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট (কাষ্টমাৰ ছাপ’ট এণ্ড ছেল্ছ) পদৰ বাবে ইচ্ছুক আৰু অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ প্রার্থীসকলে কেৱল এখন ৰাজ্য/ইউটিৰ বাবেহে আবেদন জনাব পাৰিব৷ মুঠ ৮,২৮৩টা

মীন বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান

মীন বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান

🟢আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ অসম চৰকাৰৰ অধীনস্থ মীন বিভাগত প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত চুক্তিৰ ভিত্তিত প্রার্থী নিযুক্তি দিয়া হ’ব৷ এই সম্পর্কে প্রকাশিত বিজ্ঞাপন অনুসৰি ১১টা ডিষ্ট্রিক্ট প্রগ্রেম মেনেজাৰ আৰু মাল্টি টাস্কিং ষ্টাফৰ খালী পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷ আগ্রহী আৰু উপযুক্ত প্রার্থীয়ে আবেদন জনাব পাৰিব৷ ডিষ্ট্রিক্ট প্রগ্রেম মেনেজাৰৰ