অসমৰ সকলো ব্যক্তিৰে পৰিচিত মানিমুনি শাক। আমাৰ চাৰিওফালৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি। ই এবিধ সৰু শাক-বনজাতীয় উদ্ভিদ। এই শাকবিধৰ গুণাগুণৰ বিষয়ে জানো আহক- ১/ মানিমুনিৰ পাত দি বেঙেনা বা অমিতাৰ আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়। ২/
Author: GTM Desk
আপুনিও সঘনাই পেটৰ বিষত ভুগিছে নেকি? পেটৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে। অনিয়মীয়া খাদ্য গ্রহণ, এচিডিটি, মহিলাৰ মাহেকীয়া পেটৰ বিষ, বদহজম আদি বিভিন্ন কাৰণত পেটৰ বিষ হ’ব পাৰে। পেটৰ বিষত আক্রান্ত হলে কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিও ইয়াৰ পৰা সকাহ পাব পাৰি। জানো আহক- ১/ মেথি গুটি: পেটৰ বিষত আক্রান্ত
গৰমৰ দিনকেইটাত আমি সাধাৰণতে ভাগৰুৱা অনুভৱ কৰাৰ লগতে আন সময়ৰ দৰে শৰীৰত সতেজতা নাথাকে। সেয়ে এই দিনকেইটাত শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আমি বতৰৰ বিভিন্ন ফল-মূল খোৱা উচিত। পথ্য বিশেষজ্ঞ (dietician) তথা Indian Dietetic Association –ৰ এগৰাকী স্থায়ী সদস্য দীপ্তি গোৱেলে গৰমৰ দিনকেইটাত আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপযোগী ৫ বিধ ফলৰ
আমাৰ অসমীয়া সমাজত মগুমাহৰ ব্যৱহাৰ সৰ্বাধিক পৰিমাণে হোৱা দেখা যায়। গোটা মগুমাহ কেইঘন্টামান তিয়াই থলে কোমল হয় আৰু এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়। এজন ব্যক্তিয়ে ৫০ গ্ৰাম গাজী মগু খালে নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।
আদিম যুগৰ পৰাই বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তিয়ঁহ ব্যৱহাৰ কৰি অহা দেখা গৈছে। ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ আৰু পাচলি সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। তিয়ঁহত প্ৰচুৰ পৰিমানে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। আহক তিয়ঁহৰ গুণাগুণৰ বিষয়ে জানো আহক। ১. তিয়ঁহে ডিহাইড্ৰেচনৰ সৈতে যুঁজ দিয়াত