কোন হ’ব বিশ্বকাপৰ নায়ক ! দৌৰত আছে ৯গৰাকী ক্ৰিকেটাৰ। আই চি চিয়ে ঘোষণা কৰিছে সেই তালিকা। ফাইনেল মেচৰ সামৰণিত চূড়ান্ত হ’ব নায়কৰ নাম। এই তালিকাত আছে ৪গৰাকী ভাৰতীয় খেলুৱৈ। ২গৰাকী অষ্ট্ৰেলিয়া,নিউজিলেণ্ড আৰু এগৰাকী দক্ষিণ আফ্ৰিকাৰ। বিৰাট কোহলিঃ ১০ মেচত ৭১১ ৰান। আডাম জাম্পাঃ এই পৰ্যন্ত ২২টা উইকেট। ৩খন মেচত ৪টাকৈ
Author: Shahnawaz Hamza
ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা এই কথা জনা হয় যে, সনাতন ধৰ্মত সকলো দেৱী দেৱতাৰে বাহনৰ ৰূপত পশু পখীক আছিল। এই বিষয়ে বহু কথা প্ৰচলিত আছে। প্ৰাণী জগতৰ সৃষ্টি কৰাৰ পাচত এদিন সকলো দেৱী দেৱতাই পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহিল। তেতিয়া সকলো পশু পখীয়ে, তেওঁলোকক পৃথিৱীত ঘূৰি ফুৰি বিচৰণ কৰি ভাগৰুৱা অৱস্থাত পালে
ভগৱান বিষ্ণুক শংখৰ দ্বাৰা জল দিলে অতি প্ৰসন্ন হয়।।শংখ ভগৱান বিষ্ণুৰ খোবেই প্ৰিয়।কিন্তু ইয়াৰ বিপতিতে ভগৱান শিৱৰ পূজাত শংখ বজোৱা নহয় বা শংখৰ দ্বাৰা মহাদেৱক জল অৰ্পণ কৰা নহয়।ইয়াৰ কাৰন আজি আমি জানো আহক… দাম্ভ নামে এক দৈত্যৰাজ আছিল আৰু তেওঁৰ কোনো সন্তান নথকাত ভগৱান বিষ্ণুৰ কঠুৰ তপস্যা কৰিছিল ভগৱান
বহুবাৰ বীৰ হনুমানে-নিজৰ প্ৰভূ শ্ৰী ৰামক সহায়ৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে।বীৰ হনুমানে ৰাম নামৰ মহত্বৰ বাবে-প্ৰভূ শ্ৰী ৰামৰ ক্ৰোধৰ সন্মুখীনো হৈছিল। ( Religious Studies ) বীৰ হনুমানৰ আৰাধ্য প্ৰভূ শ্ৰী ৰাম হয় আৰু প্ৰভূ শ্ৰী ৰামৰো সকলো ভক্ততকে প্ৰিয় বীৰ হনুমান হয়। বীৰ হনুমান আৰু শ্ৰী ৰামৰ বহু কথা আছে।তাৰে
কি দৰে প্ৰাপ্ত হল-বীৰ হনুমানৰ অপাৰ শক্তি- ১/ভগৱান সূৰ্য্যই যেতিয়া-নিজৰ শক্তিৰ আধা ভাগ দি লৈ কলে-যেতিয়া হনুমানৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ শক্তি আহিব,তেতিয়া মইয়ে-হনুমানক শাস্ত্ৰ জ্ঞান দিম।যাৰ দ্বাৰা হনুমান ভাল বক্তা হব।আৰু শাস্ত্ৰ জ্ঞানত হনুমানৰ সমান আন কোনো নহব। ২/ধৰ্মৰাজ যমে-হনুমানক বৰদান দিলে যে-হনুমান মোৰ দণ্ডৰ দ্বাৰা অবধ্য আৰু নিৰোগী হব।