দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এনে খন নদী আছে, যাৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। প্ৰতি বছৰে বহু পৰ্যটকে এই নদীখন চাবলৈ আহে। নদীখনৰ ৰঙা পানী দেখি যিকোনো লোকেই আচৰিত হ’ব। জানো আহক কিয় এই নদীখনৰ পানীৰ ৰং ৰঙা। এই নদীখন পেৰুৰ সুস্কোত আছে। নদীখনক স্থানীয় লোকসকলে কয় পুকামায়ু। কেৱল
Author: GTM Desk
বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা। উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা। দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন। বোকাখাত চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ উদয় চাংমাইক। কাজিৰঙা দিশৰ পৰা বোকাখাতলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে
শুকুৰবাৰে পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা মধ্য প্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে পুৱা ৮ বজাৰ পৰা চত্তীশগড়ত আৰম্ভ হ’ব ভোটগ্ৰহণ। মধ্য প্ৰদেশৰ ২৩০ খন আৰু চত্তীশগড়ৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। চত্তীশগড়ৰ এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম
মেষ ৰাশি: আজি আপুনি যিকোনো ধৰ্মীয় স্থান বা শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, অন্যথা আপোনাৰ কাম আৰু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। মানসিক উদ্বিগ্নতা আৰু অস্থিৰতাৰ বাবে কোনো কাম কৰিবলৈ মন নাযাব। বৃষ ৰাশি: আজি কোনো নতুন কাম আৰম্ভ নকৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাত পলম হোৱাত আপুনি হতাশ হ’ব
কামপুৰত সন্ধানহীন মহিলা। পুত্ৰ সন্তানসহ দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰ ঘিলানীৰ জাবেদা বেগম নামৰ মহিলা গৰাকী। কাজিৰঙাৰ পৰা বেংকত টকা আনিবলৈ গৈ তিনিবছৰীয়া পুত্ৰ সন্তানসহ সন্ধানহীন মাতৃ জাবেদা বেগম। জানিব পৰা মতে, তেওঁ লগত লৈ যায় প্ৰায় ৫০ হাজাৰ টকা। ইতিমধ্য়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী মহম্মদ