মেষ ৰাশি: আজি আপোনাৰ বিবাহিত জীৱন সুখী হ’ব। আমদানি আৰু ৰপ্তানিৰ লগত জড়িত ব্যৱসায়ীসকলে ব্যৱসায়ত লাভ আৰু সফলতা পাব পাৰে। হেৰুওৱা বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে প্ৰেমৰ এক সুখদায়ক অভিজ্ঞতা লাভ কৰিব পাৰিব। অৰ্থনৈতিক লাভ আৰু বাহনৰ সুখ পাব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। বৃষ ৰাশি: আপোনাৰ আজিৰ
Author: GTM Desk
কাতি মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত দীপাৱলীৰ পিছদিনা গোৱৰ্দ্ধন পূজা পালন কৰা হয়। গোৱৰ্দ্ধন পূজাক অন্নকূট বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত গোৱৰ্দ্ধন পৰ্বত, ভগৱান শ্ৰীকৃষ্ণ আৰু গৰু পূজা কৰা হয়। এই দিনটোত মানুহে ঘৰৰ চোতালত বা ঘৰৰ বাহিৰত গোৱৰেৰে গোৱৰ্দ্ধন পৰ্বতৰ আকৃতি সাজি পূজা কৰে। লগতে এই
ছয়মাইলৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডৰ নতুন মোৰ! লিভ-ইন পাৰ্টনাৰ অভিযুক্ত মণি খান বিবাহিত
গুৱাহাটীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডই নতুন মোৰ লৈছে। মৃত অঞ্জুৱে প্ৰায় ৩ মাহ পূৰ্বৰ পৰা মণি খান নামৰ এজন লোকৰ সৈতে একেলগে এই এপাৰ্টমেণ্টত লিভ-ইনত আছিল। কিন্তু অভিযুক্ত হাউলীৰ মণি খান বিবাহিত আছিল আৰু তেওঁৰ দুটা সন্তান আছে। বিবাহিত হোৱাৰ পিছতো মণিয়ে অঞ্জুৰ সৈতে
দেশত নিষ্ক্ৰিয় কৰা হৈছ ১১ কোটি ৫০ লাখ পানকাৰ্ড। হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছে পানকাৰ্ডসমূহ। হাহাকাৰ লাগিছে দেশৰ ১১ কোটিতকৈয়ো অধিক জনতাৰ। ক’তো ব্যৱহাৰ কৰিব পৰা নাই পানকাৰ্ডসমূহ। আধাৰ কাৰ্ডৰ পাছতেই কেন্দ্ৰীয় আয়কৰ বিভাগে বাতিল কৰিছে দেশৰ ১১ কোটি ৫০ লাখ লোকৰ পানকাৰ্ড। পিছে কি কাৰণত নিষ্ক্ৰিয় কৰা হৈছে এই পানকাৰ্ডসমূহ?
The trailer and poster of ‘Baruar Xongxar’ (The House of Baruas), a feature-length documentary film, chronicling the famous Assam-type house at Latasil in Guwahati and its illustrious occupants, who have greatly enriched Assamese cinema, music, culture, sports and society over the years, was released on November 11, 2023. The 71-minute