অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত কৰা স্পষ্ট মন্তব্যৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। পিছে এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে কংগনাৰ নাম। হয়, এইবাৰ কংগনা চৰ্চালৈ অহাৰ কাৰণ হৈছে ৰাজনীতি। অভিনয়ৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ সাজু হৈছে কংগনাই ৰাণাৱট। শেহতীয়া
Author: GTM Desk
মহানগৰীত পুনৰ হানী ট্রেপিং চক্র হাতোৰা ৷ বিজয়নগৰৰ এজন ব্যৱসায়ী যুৱকক প্ৰলোভিত কৰি হানী ট্রেপিং চক্রই লুটিলে ধন ৷ ব্লেকমেইল কৰি যুৱকজনৰ পৰা লুট কৰি নিয়া হ’ল ৩ লাখ ৭১ হাজাৰ টকা ৷ উল্লেখ্য যে, এগৰাকী ছলনাময়ী যুৱতীয়ে প্ৰলোভিত কৰি জালত পেলাইছিল বিজয়নগৰৰ ব্যৱসায়ী যুৱক জনক ৷ ইতিমধ্যে হানী ট্ৰেপিঙৰ
এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব । এই ঘটনাৰ স্থান ওদালগুৰি
কোকৰাঝাৰৰ নয়াছৰাত ভয়ংকৰ কাণ্ড ৷ পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷ মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা কিশোৰী গৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইতিমধ্যে কিছু সুস্থ অনুভৱ কৰা কিশোৰী গৰাকীয়ে সদৰি কৰা মতে,তেওঁক নিজ বাসগৃহ পৰা ছামিনুৰ ইছলাম নামৰ যুৱকজনে অপহৰণ কৰি
স্প্ৰিণ্ট কুইন হিচাপে পৰিচিত দেশৰ দৌৰৰাণী পি টি ঊষাই ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৪০০ মিটাৰ হাৰ্ডলছত ঘড়ীৰ কাটাত এক ছেকেণ্ডৰ এশ ভাগৰ এভাগৰ হেৰফেৰ হোৱাৰ বাবে ব্ৰঞ্জৰ পদক হেৰুৱাবলগীয়া হৈছিল৷ সেই সময়ত এথলেটিক্ছ ট্ৰেকৰ টাইম কিপিং ডিভাইচক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও এইবাৰ অসমৰ এজন বিজ্ঞানীৰ উদ্ভাৱনীমূলক প্লিট স্প্ৰিণ্ট