‘The Lady Killer’ director Ajay Bahl on Tuesday broke his silence on the recent reports which stated that the Arjun Kapoor – Bhumi Pednekar starrer film was “incomplete.” ‘The Lady Killer’ was released on November 3, and none of the lead cast promoted the film on their social media platforms
Author: Shahnawaz Hamza
Superstar Salman Khan is all set to set the screen on fire with his action-packed avatar in the upcoming film ‘Tiger 3’. Helmed by Maneesh Sharma the film also stars Katrina Kaif and Emraan Hashmi in the lead roles. ‘Tiger 3′ will have the most number of action sequences in
‘খাৰঘুলিত ২ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম’। গুৱাহাটীত শীঘ্ৰেই ৩০ হাজাৰ লোকে জলব’ৰ্ডৰ পানী লাভ কৰিব। বৰ্তমান ১৫ হাজাৰ লোকে পানী লাভ কৰি আছে। ২০২৪ চনৰ ভিতৰত ডেৰ লাখ লোকক পানী দিয়াৰ লক্ষ্য চৰকাৰৰ। এই কথা সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।
মিজোৰাম বিধানসভা নিৰ্বাচনত নিৰাপত্তা দায়িত্বত নিয়োজিত অসম আৰক্ষীৰ জোৱান সন্ধানহীন ৷ নগাঁৱৰ বঢ়মপুৰস্থ অসম আৰক্ষীৰ নৱম বেটেলিয়নৰ কনিষ্টবল চবিন নাথ দেওবাৰে মিজোৰামৰ চাইটুৱালৰ এনগোপা মিডিল স্কুলৰ পৰা এনগোপা গাঁৱলৈ নিৰ্বাচনৰ নিৰাপত্তাৰক্ষী হিচাপে যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ৷ সন্ধানহীন চবিন নাথৰ ঘৰ নগাঁও জিলাৰ চামগুৰিত ৷ ইতিমধ্যে সন্ধানহীন হোৱাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ গৈ থকা অৱস্থাত আজি পুৱা খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মটৰ চাইকেলেৰে গৈ অৱস্থাত দূৰ্ঘটনাত পতিত হৈ দুই খেলুৱৈ তথা ছাত্ৰৰ কৰুণ মৃত্যু হয়। খেলুৱৈ তথা দুই ছাত্রই AS-25T-6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে